আজি কি ঘটিছে ইউক্ৰেইনত ?

• ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰত নিজৰ এটা ভিডিও পোষ্ট কৰি ঘোষণা কৰিছে যে তেওলোকে অস্ত্ৰ সম্বৰণ নকৰে ৷
• ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত অব্যাহত আছে যুদ্ধ ৷
• শণিবাৰে কিয়েভত কেবাটাও বিস্ফোৰণ সংঘটিত হয় ৷
• ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত নিন্দাসূচক প্ৰস্তাৱৰ সময়ত ভাৰত , চীন আৰু চৌদী আৰৱে ভোটত অংশগ্ৰহণ নকৰিলে ৷
• আমেৰিকা , ইউৰোপিয়ান ইউনিয়ন , ব্ৰিটেইন আৰু কানাডাই ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু বিদেশ মন্ত্ৰী লাভৰোভৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷
• নাটোৱে অৱশেষত ৰুছ সৈনিকক প্ৰতিৰোধ কৰিবলৈ সৈন্য প্ৰেৰণৰ কথা ঘোষণা কৰিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296