সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনৰ ৰাজধানীত আৰু দুটাকৈ মিছাইল আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আজি পুৱাই দুটাকৈ মিছাইল আক্ৰমণ সংঘটিত হয় ৷ ছোচিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিওত দেখা গৈছে যে এটা মিছাইলে আবাসিক অট্টালিকাত আক্ৰমণ কৰিছে ৷

তাৰ মাজতে ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ দক্ষিণত থকা চহৰ মেলিতোপোল চহৰ দখল কৰাৰ খবৰ আহিছে ৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও এই খবৰ নিশ্চিত কৰিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.