Category বিশ্ব

বাবৰ আজমৰ মন্তব্যই অধিক বিপদত পেলালে নেকি হাছান আলীক ?

টি ২০ বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হ’ল পাকিস্তান ৷ ইয়াৰ লগে লগে পাকিস্তানৰ বিশ্বকাপ জয়ৰ সপোনো ধূলিস্যাৎ হৈ হ’ল ৷ ছেমিফাইনেলত নায়কৰ ৰূপত উজলি উঠিল অষ্ট্ৰেলিয়াৰ মেথিউ ৱেড ৷ তিনিটা বলত ধাৰাবাহিক তিনিটা ছয় কোবাই তেও অষ্ট্ৰেলিয়াক বিজৰ লক্ষ্যত…

শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ উজ্জলিল “ব্ৰিজ”

ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হোৱা”ব্ৰিজ” চিনেমা খনে শেহতিয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক…

কোভাক্সিনৰ লগত চীনে কি ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ পাছত কোভাক্সিন ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনেও ৷ কোভাক্সিনৰ দুটা ড’জ লোৱা লোকসকলে ব্ৰিটেইন ভ্ৰমন কৰিলে কোৱাৰেন্টাইনত থাকিব নালাগে ৷ অহা ২২ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা বলবৎ হ’ব ৷ সোমাবাৰে ব্ৰিটিছ চৰকাৰে এই কথা সদৰী কৰিছে ৷ বিগত…

সাগৰৰ মাজত পাকিস্তানীৰ গুলীত নিহত ভাৰতীয় মাছমৰীয়া

পাকিস্তানৰ এখন জাহাজৰ পৰা ভাৰতীয় নাও এখনলৈ গুলীচালনা কৰা ঘটনাত এজন ভাৰতীয় মাছমৰীয়া নিহত হয় আৰু তেওৰ সহযোগী এজন গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ দ্বাৰকা সাগৰীয় ক্ষেত্ৰত ৷ গুজৰাটৰ দ্বাৰকাৰ লগত পাকিস্তানৰ সমুদ্ৰ সীমা সংলগ্ন হৈ…

বিদায় বেলাতো ৰছিদ খানৰ নতুন অভিলেখ

ৰছিদ খান ৷ বিশ্বৰ এগৰাকী আগশাৰীৰ স্পিনাৰ ৷ আফগানিস্তানৰ দৰে দেশৰ পৰা আহিও তেও দুৰ্দমনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিছে ৷ দেওবাৰে নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ টি২০ বিশ্বকাপৰ পৰা বিদায় মাগিলে আফগানিস্তানে ৷ কিন্তু বিদায় বেলাতো এক অভিলেখ ৰচনা কৰি…

পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

•পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী •দ্বিতীয়ত মেক্সিকোৰ ৰাষ্ট্ৰপতি, ৩নং স্থানত ইটালীৰ প্ৰধানমন্ত্ৰী •চতুৰ্থ স্থানত এঞ্জেলা মাৰ্কেল, পঞ্চম স্থানত অষ্ট্ৰেলিয়াৰ PM •আমেৰিকাৰ ইণ্টেলিজেঞ্চ ফাৰ্ম দ্য মৰ্নিং কনচাল্টৰ সমীক্ষা

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷ কি আছে…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল…

WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা

মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন…

ডেমন গেলগুটৰ কোনখন গ্ৰন্থলৈ এই বছৰৰ বুকাৰ বঁটা ?

আফ্ৰিকান লেখক ডেমন গেলগুটলৈ আগবঢ়োৱা হৈছে বুকাৰ বঁটা ৷ ‘দ্য প্ৰমিজ ‘ শীৰ্ষক উপন্যাসৰ বাবে তেওলৈ এই সন্মান প্ৰদান কৰা হৈছে ৷ বুকাৰ বঁটা লাভ কৰা তেও হৈছে দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী সাহিত্যিক ৷ ইয়াৰ পূৰ্বেও ডেমন গেলগুটৰ ‘দ্য গুড ডক্টৰ’…