কোভাক্সিনৰ লগত চীনে কি ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনে ?

Share This Article

বিশ্ব স্বাস্থ্য সংস্থাৰ পাছত কোভাক্সিন ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনেও ৷ কোভাক্সিনৰ দুটা ড’জ লোৱা লোকসকলে ব্ৰিটেইন ভ্ৰমন কৰিলে কোৱাৰেন্টাইনত থাকিব নালাগে ৷ অহা ২২ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা বলবৎ হ’ব ৷ সোমাবাৰে ব্ৰিটিছ চৰকাৰে এই কথা সদৰী কৰিছে ৷
বিগত মাহত ছিৰাম ইনষ্টিটিউটে তৈয়াৰ কৰা কোভিশিল্ড ভেকছিনক স্বীকৃতি দিছিল ব্ৰিটেইনে ৷ এইবাৰ এই তালিকাত ভাৰত বায়’টেকৰ কোভাক্সিনৰ লগতে চীনে চিনোভ্যাক আৰু চিনোফাৰ্মৰ নামো সন্নিৱিষ্ট হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.