Investigative reporting with dedication.

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ নোবেল বঁটা। ২০২১ বৰ্ষৰ মেডিচিন নোবেল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে উত্তাপ আৰু স্পৰ্শ ৰিচেপ্টৰ আৱিষ্কাৰৰ বাবে লাভ কৰে। নোবেল বঁটা ঘোষণা কৰাৰ লগে লগে উৎসাহিত হৈ পৰিছে বিশ্বৰ সুধী সমাজ। এই বটাঁই চিকিৎসা বিজ্ঞানত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী বিশ্ববাসী।



