Browsing Category
বিশ্ব
ৰক্তাক্ত পঞ্জশিৰ! তালিবানে হত্যা কৰিলে উপৰাষ্ট্ৰপতিৰ ভাতৃক
তালিবানে দখল কৰাৰ পাছৰে পৰা অশান্ত জৰ্জৰ আফগানিস্তানত পুনৰ আৰম্ভ হৈছে হত্যা-হিংসাৰ বিভীষিকা। এইবাৰ পঞ্জশিৰ উপত্যকাত মৃত্যুৰ দাবানল। আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহক অতি নিৰ্মম ভাৱে হত্যা কৰে…
২০০১ চনৰ আজিৰ দিনটোতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী লাডেনে কি দৰে ধ্বংস কৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ?
আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ আটাইতকৈ শক্তিশালী এখন দেশ। শক্তিশালী অৰ্থনৈতিক আন্তঃগাঁঠনিৰ লগতে শক্তিশালী এই দেশৰ প্ৰশাসনিক তথা সামৰিক ব্যৱস্থা। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ এই অহংকাৰ চূৰমাৰ হৈ গৈছিল। একেলগে চাৰিটা বিশেষ স্হানত…
ঘোষণা হল বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ ২০২১: কোনে লাভ কৰিলে বিজ্ঞানৰ অস্কাৰ
ৰাছিয়াৰ বিজ্ঞানী আৰু কোটিপতি য়ুৰি মিলনাৰ, ছেৰ্গেই ব্ৰিন আৰু ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে সফলতাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা এই বিশেষ বঁটা নবেল বঁটাতকৈ অধিক মূল্যৱান। সেইবাবেই ইয়াক বিজ্ঞানৰ 'অস্কাৰ' বুলি কোৱা হয়।…
কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান
তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত…
আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত
আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস-
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা…
মাজুলীক কিমান ভাল পাইছিল দুৰ্ভগীয়া পৰিমিতাই?
মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমিতা দাসৰ এটা ফেচবুক পোষ্ট -
অৱশেষত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে সহকাৰী অধ্যাপিকাৰ পদত যোগদান কৰোঁ।মোৰ এই দীঘলীয়া যাত্ৰাত আৰম্ভণিৰে পৰা মোৰ প্ৰতিটো খোজতে সহায় আৰু মোক…
মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰাৰ বাবেই সাংবাদিকক নিৰ্মম প্ৰহাৰ তালিবানৰ
আফগানিস্তানত মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰা বাবেই অতি নিৰ্মম ভাৱে তালিবানে প্ৰহাৰ কৰিলে দুই সাংবাদিকক। তালিবানৰ দ্বাৰা প্ৰহৃত হোৱাৰ পিছত আঘাত প্ৰাপ্ত সাংবাদিকৰ দুখদায়ক ছবিয়ে বিশ্বব্যাপী উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া বিশ্ব ব্যাপী প্ৰশ্ন…
স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী মূল্যহীন, মোল্লাসকলেই সৰ্বশ্ৰেষ্ঠ”: আফগানিস্তানী…
চৰকাৰ ঘোষণা কৰাৰ পাছতেই তালিবানত সংগঠিত হব ধৰিছে কেতবোৰ নোহোৱা নোপোজা ঘটনা। নতুনকৈ গঠন হোৱা তালিবানৰ শিক্ষামন্ত্ৰী শ্বেখ মৌলৱী নুৰুল্লাহ মুনিৰে কয় যে "পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ কোনো মূল্য নাই। আজিকালি পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰী…
৪০ বছৰৰ ভিতৰত চীন কেনেকৈ ইমান ধনী দেশ হৈ পৰিল ?
১৪০ কৌটি জনসংখ্যাৰ পূৱ এছিয়াৰ সৰ্ববৃহৎ দেশ ৷পৃথিৱীৰ প্ৰথম সভ্যতাসমূহৰ ভিতৰত দেশখনৰ য়েল্ল’ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাও অন্যতম ৷বিংশ শতিকাৰ আৰম্ভণিতে দেশখন এক বৃহৎ গণ বিদ্ৰোহে জোকাৰি যায় ৷ পৰৱৰ্তী সময়ত মাও জে দঙৰ নেতৃত্বত চাইনিজ কমিউনিষ্ট…
আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !
প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা -
প্ৰধানমন্ত্ৰী - মোল্লা মহম্মদ হাছান আখুন্দ
উপ প্ৰধানমন্ত্ৰী ১ - মোল্লা বাৰাদাৰ
উপ প্ৰধানমন্ত্ৰী ২ - আব্দুল…