সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি…

আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত!

গৌতম আদানী এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত…

আদানীৰ সৈতে বাতিল সকলো চুক্তি। কেনিয়াৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পাছতেই সংসদত জয়ধ্বনি

আমেৰিকাৰ আদালতৰ যোগেদি পোহৰলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু বুলি চৰ্চিত উদ্যোগপতি গৌতম আদানীৰ কু-কীৰ্তি। আদানীৰ কোম্পানী আদানী গ্ৰীণছ আৰু কানাডাৰ এটা কোম্পানী এজিউৰে মুনাফা লাভৰ আশাত ৰাজ্যই ৰাজ্যই বিলাইছিল ২ হাজাৰ কোটি…

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

২০২৪ৰ আমৰিকাৰ ভোটযুদ্ধঃ কিয় সাক্ষাৎ নহ’ল ড’নাল্ড ট্ৰাম্প-নৰেন্দ্ৰ মোদীৰ?

২০১৯ ত মোদীয়ে দিছিল ‘ অব কী বাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গান ২০২০ ত আহমেদাবাদত ট্ৰাম্পক মোদীয়ে জনাইছিল উষ্ম আদৰণি ২০২৪ ত কিয় ট্ৰাম্পৰ ওচৰ নাচাপিল নৰেন্দ্ৰ মোদী অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২০২৫…

আমেৰিকতৰ ২০২৪ৰ ভোটযুদ্ধঃ কি হ’বলৈ গৈ আছে এইবাৰ?

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সলনি ডেম’ক্ৰেটিক দলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে মনোনীত কৰাৰ পাছৰে পৰাই অত্যন্ত আকৰ্ষণীয়…

আকৌ উভতি আহিছে হিটলাৰ ?

বিশ্বৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত শাসকজনৰ নামেই হৈছে এডল্ফ হিটলাৰ । ফেচীবাদী শাসন , বিৰোধীক নৃশংস দমন আৰু গণহত্যাৰে মানৱ ইতিহাসৰ খলনায়কত পৰিণত হোৱা এডল্ফ হিটলাৰ যেন আকৌ উভতি আহিছে । গণতন্ত্ৰ কিদৰে একনায়কত্ববাদৰ দিশলৈ অগ্ৰসৰ হয়, কিদৰে ফেচীবাদৰ…

ভাৰতীয় দূতাবাসত অগ্নিসংযোগ !

পুনৰ ভাৰতীয় দূতাবাসত সংঘটিত হৈছে আক্ৰমণ। ১ জুলাই শনিবাৰে 'শিখ ফৰ জাষ্টিছ' নামৰ খালিস্তানী সংগঠনটোৱে আক্ৰমণ কৰি অগ্নিসংযোগ কৰে আমেৰিকাৰ চান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় দূতাবাসত। বিগত ৫ মাহৰ ভিতৰত এয়া হৈছে ভাৰতীয় দূতাবাসত সংঘটিত দ্বিতীয়টো…

গঞ্জনা-সমালোচনাৰে অনাহুত হৈ উঠিব নেকি মোডীৰ আমেৰিকা ভ্ৰমণ?

মঙলবাৰৰ পৰা অৰ্থাৎ ২০ জুনৰ পৰা আৰম্ভ হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ।ৰাষ্ট্ৰপতি জ' বাইদেনৰ আমন্ত্ৰণমৰ্মে আমেৰিকালৈ বুলি এয়া নৰেন্দ্ৰ মোদীৰ প্ৰথমটো যুক্তৰাষ্ট্ৰ ভ্ৰমণ কাৰ্যসূচী। অৱশ্যে ২০১৪ চনত…