সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

সোণৰ খনিতেই সোণৰ কণী বিচাৰি পালে ৰাহুল গান্ধীয়ে !

ভুৱা প্ৰতিশ্ৰুতিত ভোল নগ’ল কৰ্ণাটকৰ জনতা ! বজৰংবলীয়েও বচাব নোৱাৰিলে বিজেপিক !সোণৰ খনিতেই লাগিছিল শনি !সোণৰ খনিয়েই আনিছিল কংগ্ৰেছৰ বিপৰ্যয়! কংগ্ৰেছৰ সোণালী যুগ আৰম্ভ সোণৰ খনিতেই! হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন…

কৰ্ণাটকে কন্দুৱাব নেকি বিজেপিক?

বহু প্ৰতীক্ষিত কৰ্ণাটক নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হ’ল ১০ মে’ত৷১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা।ইতিমধ্যে কেইবাটাও সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা।নিৰ্বাচনী সমীক্ষাবোৰে কংগ্ৰেছৰ বাবে ভাল দিনৰ ইংগিত দিছে৷তাৰ বিপৰীতে শাসক দল বিজেপিৰ…

কি আছে বন্ধ খামত,টেনচন বিজেপিৰ !

আদানি হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি পুনৰ অহা ১২মে’ত অনুষ্ঠিত হ’ব।উল্লেখ্য যে বিগত ২ মাৰ্চত উচ্চতম ন্যায়ালয়ে SEBI ক দুমাহৰ ভিতৰত আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টো সম্পৰ্কত সঠিক তথ্য প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছিল৷সৰ্বোচ্চ ন্যায়ালয়ে আনকি…

কৰ্ণাটক হাৰিলে মোডীৰ মৰিব মুদা !

বিজেপি সাংসদৰ ৰোষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী!'ফেচিবাদী চৰকাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে’!দিল্লীৰ সংবাদ মাধ্যম নিয়ন্ত্ৰিত হয় প্ৰধানমন্ত্ৰী দপ্তৰৰ পৰা- এই অভিযোগ বিজেপি নেতাৰে।কৰ্ণাটক নিৰ্বাচনত পৰাজিত হ’লে সময় কঠিন হ’ব…

গভীৰ সংকটত ভাৰতৰ অৰ্থনীতি !

আকস্মিকভাৱে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ভাৰতৰ অৰ্থনীতি । ৰাছিয়াৰ সৈতে চলি থকা বাণিজ্যিক সম্পৰ্কই হঠাৎ ওলোটা মোৰ লোৱাৰ উপক্ৰম হৈছে । কিয়নো ভাৰতৰ টকা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ৰাছিয়াই । টকাৰ মূল্য ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ পৰিণতিতেই ৰাছিয়াই এই…

হাতত নাই কণটো, বৰ সবাহলৈ মনটো বিজেপিৰ!

কান্ধত প্ৰচণ্ড ধাৰৰ বোজা কিন্তু সেইবোৰলৈ আওকাণ কৰি বিশ্ব অভিলেখৰ খদমদম বিজেপিৰ! হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত চলিল কেৱল অভিলেখ গঢ়াৰ বাহাৰ।১০মে', ২০২১। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দখল কৰিছিল দিছপুৰ। দিশপুৰ দখল কৰিয়েই বিজেপিয়ে…

পুনৰ বিজেপিৰ ৰিজৰ্টৰ ৰাজনীতি কৰ্ণাটকত !

কৰ্ণাটকত বুধবাৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।মুঠ ২২৪ টা বিধানসভাৰ সমষ্টিৰ বাবে ১০ মে’ত নিৰ্বাচন অনুষ্ঠিত হয় কৰ্ণাটকত। কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যৱালাই নিজৰ টুইটাৰ একাউণ্টত কৰ্ণাটকৰ ডিজিপিক mention কৰি লিখিছে 'এইটো এটা ভয়ংকৰ খবৰ !দুই নম্বৰী পথেৰে…

প্ৰিয়ংকা গান্ধীৰ লক্ষ্য এইবাৰ তেলেংগানা !

কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰচাৰৰ গুৰু দায়িত্বভাৰ লৈ এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পোনে পোনে পালেগৈ তেলেংগানা।তেলেংগানাত সোমবাৰে তেওঁ এক যুৱ সন্মিলনত অংশ লৈ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে যুৱকসকলৰ বাবে একো কামেই নকৰিলে বুলি বৰ্তমানৰ শাসক…

১টা গ’ল,২ টা গ’ল এহ ৩ নম্বৰটোও গ’ল !

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত বৰ্তমানলৈকে ৩ টাৰ মৃত্যু হয়।মঙলবাৰে দুপৰীয়া তৃতীয় চিতাটোৰ মৃত্যু হয়৷'দক্ষা' নামৰ তৃতীয় চিতাজনী আন এটা বাঘৰ লগত যুঁজ লাগি গুৰুতৰভাৱে আহত…

পুনৰ যুঁজ গেহলট-পাইলটৰ !

ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ শচীন পাইলট।অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ হুংকাৰ শচীন পাইলটৰ।মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ সমালোচনা শচীন পাইলটৰ।"ছোনিয়া গান্ধীহে অশোক গেহলটৰ নেত্ৰী, বসুন্ধৰা ৰাজে নহয়"-এই মন্তব্য শচীন…