Browsing Category
চৰ্চিত
ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ
ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷
সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…
ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?
কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা…
বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা
বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ…
বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী
ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ'বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ'বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন…
জামিন পালেও কাৰাগাৰতে থাকিব লাগিব অল্ট নিউজৰ জুবেইৰ
উত্তৰ প্ৰদেশৰ এটা গোচৰত জামিন লাভ কৰিছে অল্ট নিউজৰ সাংবাদিক তথা সহ সংস্থাপক মহম্মদ জুবেইৰে ৷ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা গোচৰ সংক্ৰান্তত মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদানৰ লগতে এই সময়ছোৱাত কোনো টুইট…
বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা
অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত…
যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?
এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ…
উৎকোচৰ লেনদেন : চি বি আইৰ জালত পাৱাৰ গ্ৰীড, টাটাৰ বিষয়া
চি বি আইৰ জালত পৰিছে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক বি এছ ঝাৰ লগতে টাটা প্ৰজেক্টছৰ ৫ গৰাকী বিষয়া ৷ উৎকোচৰ বিনিময়ত টাটা প্ৰজেক্টছক কামৰ আৱন্টন দিয়া এক গোচৰ সংক্ৰান্তত পাৱাৰ গ্ৰীডৰ লগতে টাটাৰ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা…
ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?
ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…
ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?
ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী কুচকাৱাজ ৷…