ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

Share This Article

মৰিগাঁৱৰ বাবে এক সুখবৰ

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি।

আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে।

১৯৩৮ চনতে স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনে ইতিমধ্যে ৮৪ বছৰ অতিক্রম কৰিছে।

দেশত ৭৫ সংখ্যক স্বাধীনতা ৰ অমৃত মহোৎসৱ পালন ৰ সময় ভাৰতীয় ডাক সেৱাত থকা My Stump আচনিত চিকিৎসালৰ চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাৰ লগতে কৰ্তৃপক্ষৰ প্ৰচেষ্টাত ডাক টিকটত সংযোজন হল চিকিৎসালয় খনৰ নাম৷

পুৰ্বে চিকিৎসালয় খনে দুবাৰকৈ পাইছিল কায়কল্প বঁটা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.