আপৰ ভিতৰচৰাত চলিছে কি ?

Share This Article

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা !
আপত চলিছে নেকি ভাঙোন !
আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য
আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা
মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা
ৰাজীব শইকীয়া আম আদমি পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমন্বয়ক
মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ অভিযোগত নিলম্বন দুই নেতা
দলটোৰ অনুশাসন গ্ৰহণ সমিতিয়ে গ্ৰহন কৰে সিদ্ধান্ত

 

নিলম্বনৰ পিছতেই প্ৰতিক্ৰিয়া ৰাজীব শইকীয়াৰ –

“ষড়যন্ত্ৰমূলক ভাৱে দলৰ পৰা আতৰোৱা হ’ল মোক”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.