Browsing Category
চৰ্চিত
ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ
বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…
ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস
বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই। ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস। ইউক্রেনৰ ৰাজধানী কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন। ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন। এই…
পুটিনে কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে ?
সমগ্ৰ বিশ্বই এতিয়া এজন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷ তেওৰ নাম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ আমেৰিকা , ইউৰোপৰ কঠোৰ সকীয়ণি , সমগ্ৰ বিশ্বৰ আগ্ৰহ – আবেদন নেওচি তেও ইউক্ৰেইন আক্ৰমণ কৰিছে ৷ এক সংশয়পূৰ্ণ পৰিস্থিতিৰ দিশে ঠেলি দিছে…
“পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে”…..
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে ৰাছিয়াৰ সহস্ৰজন বাসিন্দা৷ ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰতিবাদ কৰে শ শ জনতাই। পোষ্টাৰত…
ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ
ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন…
ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ…
ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?
ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত…
যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?
বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয়…
যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা…
ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক
আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , ৰুছ সেনাই ইতিমধ্যে ইউক্ৰেইনৰ…