ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

Share This Article

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত থিয় দিছে ৷ ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰা দেশকেইখন হৈছে – চীন , পাকিস্তান , কিউবা , আৰ্মেনিয়া , কাজাখিস্তান , কিৰ্গিস্তান , তাজিকিস্তান, বেলাৰুছ, অজৰবেজান, ইৰান আৰু উত্তৰ কোৰিয়া ৷ আনহাতে , ইউক্ৰেইনক সমৰ্থন কৰা দেশকেইখন হৈছে – আমেৰিকা , ব্ৰিটেইন , বেলজিয়াম , ডেনমাৰ্ক , লকজমবাৰ্গ , নেদাৰলেণ্ড , ইটালী , জাপান , দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়া ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.