Browsing Category
শীৰ্ষ সংবাদ
মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ?
মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ? মনিপুৰৰ কোম্পানীৰ লগত কি সম্পর্ক মুখ্যমন্ত্ৰীৰ পত্নী আৰু পিতৃৰ? মুখ্যমন্ত্ৰী পৰিয়াল আৰু ধানুকা পৰিয়ালৰ মাজৰ সম্পর্কৰৰ সৱিশেষ এই প্ৰতিবেদনত-
https://youtu.be/Xdvu1LZprcM
EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ…
পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?
পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী…
EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ
ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷
EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত…
সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ
(এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)
কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু…
মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন
প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই…
ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”
চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই…
দ্য ক্ৰছকাৰেণ্ট ৰিপ’ৰ্ট কাৰ্ডঃ ৩৯১টা প্ৰতিশ্ৰুতিৰ মাত্ৰ ৭টাতহে সফল হিমন্ত বিশ্ব
প্ৰত্যুষদ্বীপ কটকী
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰৰ প্ৰথমটো বছৰৰ বর্ষপূর্তিক লৈ সৃষ্টি হৈছে অভূতপূর্ব পৰিৱেশ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বর্ষপূর্তি পালনৰ পৰা আৰম্ভ কৰি ৰাজ্যত সৃষ্টি কৰিব…
জ্ঞানপীঠ বঁটা গ্রহণ কৰি কি ক’লে নীলমনি ফুকনে?
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ
ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম
১১ এপ্ৰিল ২০২২
হে মোৰ সপোনৰ সূৰ্যৰ মানুহ,
জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।
২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই…
জামিন লাভ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তই
অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। জামিন লাভ কৰিলে নীলিম মহন্তই। আজি সন্ধিয়া গৃহ চহৰ লখিমপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেওবাৰে ৰাতি লক্ষীমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰগৰাকীক। NHPC…