জামিন লাভ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তই

Share This Article

অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। জামিন লাভ কৰিলে নীলিম মহন্তই। আজি সন্ধিয়া গৃহ চহৰ লখিমপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেওবাৰে ৰাতি লক্ষীমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰগৰাকীক। NHPC ৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বিৰোধিতা কৰি অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্র অংকন কৰাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল নীলিম মহন্ত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.