শ্ৰেণী শীৰ্ষ সংবাদ

কাজিৰঙা আৰু কাগজ কলক লৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ প্ৰদক্ষেপ। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা। ইক’ছেন্সিটিভ জ’নৰ অন্তৰ্গত ৭ টা সুৰক্ষিত স্থান…

Expose: Bhuban Gam’s business nexus with close aide to Sarbanada Sonowal, bureaucrats and litterateur

The Crosscurrent’s special investigative correspondence on the mysterious burning and incineration of Sonapur’s North East Tribal Museum and Cultural Centre that was inaugurated a year ago by one of the foremost political leaders of Assam, one litterateur and Sahitya Akademi awardee, two IAS bureaucrats, one ACS officer, and Bhuban Gam, the BJP candidate for Majuli Assembly constituency’s by-election.

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’…

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অসমৰ এগৰাকী শীর্ষতম ৰাজনৈতিক নেতা, এগৰাকী সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক, দুগৰাকী আইএএছ বিষয়া,ৰাজ্যিক বিজেপিৰ এগৰাকী উপসভাপতি, এগৰাকী এচিএছ বিষয়া আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুৱন গামৰ লগত উদ্বোধনৰ এবছৰৰ পাছতেই ৰহস্যজনকভাৱে ভস্মীভূত হোৱা সোণাপুৰৰ নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ সম্পর্কক লৈ  দ্য ক্ৰছকাৰেন্টৰ বিশেষ অনুসন্ধান ৷

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী মৌচুমী…

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ।  এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক বিমানেৰে লৈ…

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান। *ক’ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। *দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ’ব ৰাতিৰ কাৰ্ফিউ। *১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ’ব। *ক’ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই শিথিল হ’ব নিষেধাজ্ঞা। *এই কথা ঘোষণা…

বিকানীৰ – গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্থ : নিহত ৯ , আহত ৩৬

পশ্চিমবংগৰ জলপাইগুৰিত সংঘটিত ভয়ানক ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুৰ্ঘটনাস্থলীত পুণৰ দুটা মৃতদেহ উদ্ধাৰ হয় ৷ ৩৬ গৰাকী আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি জলপাইগুৰিত বিকানীৰ – গুৱাহাটী এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্থ হৈছিল…

মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসক…

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম ন্যায়ালয়ৰ মজিয়া। অৱশেষত এই বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত…