Browsing Category
বিশ্ব
WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?
ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে।
এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…
আকৌ আহি আছে ‘টিকটক’
চীনৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিঙ চাইট টিকটক ৷ কিন্তু টিকটক শীঘ্ৰেই বজাৰলৈ উভতি অহাৰ প্ৰৱল সম্ভাৱনা আছে ৷ কিন্তু এইবাৰ টিকটকৰ মালিকানা সলনি হ’ব ৷ সকলো ঠিকমতে আগবাঢ়িলে অহা ১৫ ছেপ্তেম্বৰৰ…
ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?
• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷
• আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন…
ব্ৰিটেইনৰ মুদ্ৰাত সংলগ্ন হ’ব মহাত্মা গান্ধীৰ ফটো
ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এতিয়াৰ পৰা সংলগ্ন হ'ব ব্ৰিটেইনৰ মুদ্ৰাটো।
এই কথা আজি জানিবলৈ দিছে ব্ৰিটেইনৰ কোষাগাৰে।
ইতিমধ্যে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি সুনাকে এই বিষয়টো ৰয়েল মিণ্ট এডভাইজৰী কমিটীৰ সন্মতিৰ বাবে…
ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত…
ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ।
ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক'ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা…
লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা
আজি লাডাখ সীমান্তৰ মলদ' নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে।
পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব।
জানিব পৰা…
ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ
সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ ৷এই দিনটোত…
ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি
বাংলাদেশত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে'লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই…
হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই
সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ'ক্সিক্ল'ৰ'কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড'নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই…
ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি
জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে…