Browsing Category
বিশ্ব
আমেৰিকাই ভাৰতক বিক্ৰী কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ।
২০২০ চনত ভাৰতে ক্ৰয় কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ। কাৰ্যকালৰ অন্তিমটো বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতক বিক্ৰী কৰিলে অস্ত্ৰ। আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা ভাৰতে অস্ত্ৰ ক্ৰয়ত খৰছ!-->…
কেনেকৈ বাঢ়িল এভাৰেষ্টৰ উচ্চতা?
আপোনালোকে পাহাৰ খহা দেখিছে অথবা শুনিছে। কিন্তু পাহাৰ গঢ়া দেখিছেনে? আজি শুনক এটা শৃংগ গঢ়ি উঠাৰ কথা। বিশ্বৰ সৰ্বোচ্চ শৃংগটোৱেওই হৈছে মাউন্ট এভাৰেষ্ট। এই মাউন্ট এভাৰেক্টৰেই উচ্চতা বাঢ়িছে। এই কথা যুটীয়াভাবে ঘোষণা কৰিছে চীন আৰু নেপালে। বৰ্তমান!-->…
দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক'ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব।…
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন। সাগৰ শীৰ্ষক পদক্ষেপৰ অংশৰূপে ভাৰতে ছাবমেৰিন প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা মতে 'INS সিন্ধুবীৰ' নামৰ কিলো শ্ৰেণীৰ ছাবমেৰিন খন প্ৰেৰণ কৰিব…
ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ ‘কোৰাণ’ জ্বলোৱাক লৈ উত্তপ্ত চুইডেন
ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ কোৰাণ জ্বলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুইডেনৰ মালম' নামৰ অঞ্চলত। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এটা অতি সুপন্থী ৰাজনৈতিক দলৰ কার্যকৰ্তাই কোৰাণ জ্বলোৱা কাৰ্যসূচী লোৱাৰ পিছতে…
ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৪ জন লোক নিহত
ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে কৰা বোমা বিস্ফোৰণত প্ৰায় ১৪ জন লোক নিহত হয়। দেশখনৰ সামৰিক আৰু আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত কমেও ৭৫ জন সৈন্য, আৰক্ষীৰ লোক আৰু অসামৰিক লোক আহত হয়।
ফিলিপাইনৰ ছুলু প্ৰদেশৰ জল'…
আমেৰিকাৰ উপ ৰাষ্ট্রপতি পদত প্ৰথমবাৰলৈ ভাৰতীয় মূলৰ প্ৰাৰ্থী
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থাকোতে দেশখনৰ ডেম'ক্ৰেটিক পাৰ্টিয়ে তেওঁলোকৰ উপ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ভাৰতীয় মূলৰ কমলা হৰিছক।
ইয়াৰ লগে লগে কমলা হৰিছ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি পৰ্যায়ৰ…
ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ…
ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে।
ৰাছিয়াৰ…
অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ
বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত।
জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি।…