দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।

Share This Article

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব। ভাৰতত প্ৰতিষেধক বিতৰণৰ অন্যতম প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অদৰ পুনাৱালায়ো বৈঠকত আগবঢ়াব ভাষণ। লগতে বৈঠকত ৫৩ খন দেশৰ মুৰব্বী, ৩৯ খন দেশৰ চৰকাৰৰ মুৰব্বী, ৪ খন দেশৰ উপ-প্ৰধানমন্ত্ৰী আৰু ৩৮ খন দেশৰ মন্ত্ৰীয়ে নিজৰ বক্তব্য আগবঢ়াব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.