Browsing Category
বিশ্ব
প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ সন্মুখত কোন ?
ৰিঙত ননমাকৈয়ে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ প্ৰথমখন খেল আছিল ২৪ জুলাইত ৷ কিন্তু প্ৰথমখন মেচত বাই লাভ কৰি তেও পোনে পোনে প্ৰৱেশ কৰিছে প্ৰি কোৱাৰ্টাৰত ৷ প্ৰি -…
দৰ্শকশূণ্য ষ্টেডিয়ামত আজিৰে পৰা টকিঅ’ অলিম্পিক
আজিৰে পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিক ৷ মাত্ৰ নশ অতিথিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জড়িয়তে অলিম্পিকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব ৷ বিশ্বৰ দুই শতাধিক দেশৰ প্ৰায় ১৪ হাজাৰ খেলুৱৈ টকিঅ’ত উপস্থিত হৈছে যদিও উদ্বোধনী অনুষ্ঠানৰ…
পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি
ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন…
নেলচন মেণ্ডেলাৰ এটা কাহিনীৰে-
নেলছন মেণ্ডেলা, কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্বা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলছন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্টপতি নেলছন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ বিশেষ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণবৈষম্যৰ…
ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা এখন দেশৰ কাহিনী
দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হ’ল ভানুৱাটু গণৰাজ্য। প্ৰায় ৮০ টা সৰু বৰ দ্বীপৰ সমষ্টি হ’ল ভানুৱাটু গণৰাজ্য। দেশখনৰ ৰাজধানী চহৰ পোৰ্ট ভিলা আৰু জনসংখ্যা প্ৰায় ৩ নিযুত।
এসময়ত ইউৰোপীয় দেশসমূহৰ ঔপনিৱেশ চলা ভানুৱাটুক…
আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?
আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ…
আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?
আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷
আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক
আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত…
ইটালী বনাম ইংলেণ্ড -১
জুৰি বৰুৱাৰ কলমত-
মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ…
ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷ কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷…