Browsing Category
বিশ্ব
তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?
আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া…
তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব নেকি মাছুদ?
তালিবানে সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে শাসনভাৰ হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। দুৰ্ধৰ্ষ তালিবানে দখল কৰি গৈছে আফগানিস্তানৰ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ চহৰ। কিন্তু তাৰ মাজতে দেশখনৰ পাঞ্জশিৰ উপত্যকাত বিৰোধৰ সন্মুখীন…
আমেৰিকাক সকীয়ণি দি কি ক’লে তালিবানে ?
আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান…
মৃতদেহকো ধৰ্ষণ কৰে তালিবানে : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী
তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷…
অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?
তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷
কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা…
মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান?
আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন…
মহিলা হোৱাৰ বাবেই কাম এৰিবলৈ বাধ্য কৰোৱা হ’ল এগৰাকী সাংবাদিকক
তালিবান অধিকৃত আফগানিস্তান এতিয়া অশান্ত। অবৈধ সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক পণবন্দী কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। কিন্তু নিৰ্দয় তালিবানৰ অধীনত কেনে আছে আফগানী জনতা? শোষণ-নিষ্পেষণে জুৰুলা কৰা আফগানী মহিলাৰ খবৰ ৰাখিব কোনে?…
তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?
তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷
ঢাকা মেট্ৰ’পলিটান…
আফগান তৰুণীক সজাইছে যৌনদাসী : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী
তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷
দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক…
কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !
কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে…