Browsing Category
Uncategorized
CUET ক বৰ্জনৰ দাবী SFI ৰ
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট(CUET)ৰ জৰিয়তে হ'বলগীয়া নামভৰ্তিৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই), অসম ৰাজ্যিক কমিটিয়ে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী…
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিগ বি
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিগ বি অমিতাভ বচ্চন। হায়দৰাবাদত 'প্ৰজেক্ট কে' ছবিখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় অমিতাভ বচ্চন। ছবিখনৰ একচনৰ দৃশ্যত শ্বুটিং চলি থাকোঁতেই আঘাতপ্ৰাপ্ত হয় অমিতাভ বচ্চন। মাংসপেশীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ…
আদানি কাণ্ডৰ বাতৰি পৰিৱেশনত আপত্তি নাই ন্যায়ালয়ৰ
ব্যৱসায়ী গৌতম আদানিৰ সম্পৰ্কত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ৰাজহুৱা কৰা তথ্য সম্পৰ্কত দুজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল।এই জনস্বাৰ্থ জড়িত আবেদনখনত দুয়োগৰাকী অধিবক্তাই আদালতে এই সম্পৰ্কত পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত…
তিনিচুকীয়াত জব্দ ড্ৰাগছ
ড্ৰাগছবিৰোধী অভিযানত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা৷ আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱা আৰু ৰাইডাৰ টিম’ৰ সহযোগত…
‘বিশাল’ মাৰ্টৰ বিৰুদ্ধে অভিযোগ
বৃহস্পতিবাৰে পুৱাই কোকৰাঝাৰৰ বিশাল মেগা মাৰ্টত সৃষ্টি হ’ল অপ্ৰত্যাশিত পৰিস্থিতিৰ।কোকৰাঝাৰ বিশাল মেগামাৰ্টৰ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ তুলিছে তাতেই কৰ্মৰত মহিলা কৰ্মচাৰীয়ে।শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ তুলিছে মহিলা…
৩০ জন বাছ যাত্ৰীয়েই অবৈধ স্বামী
নগাঁৱৰ ৰূপহীহাটত ট্ৰেভেলাৰসহ আটক ৩০ জনকৈ লোক।কেৰালালৈ পলোৱাৰ চেষ্টা 'অবৈধ স্বামী'ৰ।আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ খবৰ লাভ কৰি কেৰেলালৈ পলায়নৰ চেষ্টা কৰিছিল এইসকল লোকে।নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে আটাইকে ৷ঘটনা…
পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ…
CPI (M)ৰ সমাবেশ নগাঁৱত
নগাঁৱত চি পি আই(এম)ৰ জন সমাবেশ৷ সমস্যাৰ গৰাহৰ পৰা সৰ্বসাধাৰণক উদ্ধাৰ কৰাৰ দাবীৰে হৈছে এই সমাৱেশ।ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মাৰ্ক্সবাদীৰ ৰাজ্যিক সমিতিয়ে সোমবাৰে নগাঁৱত এক জন সমাবেশ অনুষ্ঠিত কৰে ।ইয়াৰ সৈতে সংগতি ৰাখি দলটোৱে নগাঁও চহৰৰ মাজেৰে…
বেয়া বছৰ হ’ব নেকি ২০২৩ বৰ্ষটো ?
●নৱজ্যোতি গগৈ
একবিংশ শতিকাৰ আটাইতকৈ বেয়া বছৰ হ'ব পাৰে ২০২৩ বৰ্ষটো । ২০২২ বৰ্ষৰ কৰ্মফল ভুগিব লাগিব ২০২৩ বৰ্ষই ! হ'ব পাৰে অকাল মৃত্যু ! মন্দাৱস্থাই কাঢ়িব পাৰে চাকৰি ! বৃদ্ধি পাব গোলকীয় উষ্ণতা ।২০২২ বৰ্ষত ঘটিল বহু অনাকাংক্ষিত ঘটনা…
গ্ৰন্থমেলাত উন্মোচন ‘ছেফটিপিন’
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ 'ছেফটিপিন' শীৰ্ষক এখন কাব্যগ্ৰন্থ শুকুৰবাৰে উন্মোচন কৰা হয়।গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈ থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম…