৩০ জন বাছ যাত্ৰীয়েই অবৈধ স্বামী

Share This Article

নগাঁৱৰ ৰূপহীহাটত ট্ৰেভেলাৰসহ আটক ৩০ জনকৈ লোক।কেৰালালৈ পলোৱাৰ চেষ্টা ‘অবৈধ স্বামী’ৰ।আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ খবৰ লাভ কৰি কেৰেলালৈ পলায়নৰ চেষ্টা কৰিছিল এইসকল লোকে।নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে আটাইকে ৷ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।আটক কৰা আটাইয়ে বাল্য বিবাহৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.