সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক'ৰ'না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প - লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ'ল। ইয়াক মানৱৰ বিৰুদ্ধে "প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ" আখ্যা দিলেও বঢ়াই কোৱা নহ'ব। তৃতীয়…

এজনো ক’ৰোনা আক্ৰান্ত নাই নিউজিলেণ্ডৰ চিকিৎসালয়ত !

সম্পূৰ্ণ ক'ৰোনা মুক্ত হ'ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক'ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক'ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড। যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড…

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা…

এখন বজাৰৰ পৰাই সংক্ৰমিত হ’ল ২,৬০০ গৰাকী!

জনবহুল বজাৰত হোৱা ভিৰে ক'ৰোণাৰ সংক্ৰমন কি পর্যায়লৈ নিব পাৰে,তাৰ উদাহৰণ হ'ল, তামিলনাডুৰ পাইকাৰী বজাৰ কোয়মবেদু৷ এইখন পাইকাৰী বজাৰত সন্দেহজনকসকলক টেষ্ট কৰাৰ পিছত আহিছে ২,৬০০ জনৰ পজিটিভ ৰিপ'র্ট৷ বহুজনৰ ৰিপ'র্ট আহিবলৈ এতিয়াও বাকী৷ গতিকে সংক্ৰমনৰ…

১৭হাজাৰ কাৰাবন্দীক দিব মুক্তি

ক'ৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। ১৭হাজাৰ কাৰাবন্দীক জে'লৰ পৰা মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অস্থায়ী জামিন বা পেৰলৰ যোগেদি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে…

ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য

মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে। কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা…

আজি ১০ মে’ৰ দিনটোত পানীপথ আৰু নেলচন মেণ্ডেলাৰ জীৱনত কি ঘটিল?

ইতিহাসত প্ৰতিটো দিনৰে থাকে পৃথক বৈশিষ্ট্য৷ কিন্তু আজি ১০ মে’ৰ দিনটো বছৰৰ আন দিন বিলাকতকৈ বহু পৃথক৷ আজিৰ এই দিনটোতে আৰম্ভ হৈছিল পৰাধীনতা আৰু স্বাধীনতাৰ দুখন পৃথক সংগ্ৰাম৷ জানি লওঁ আহক বিশেষ ঘটনা কেইটাৰ বিষয়ে- ১৫০৩: কলম্বাছে খোজ দিলে কায়মান…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক'ৰোলোৰ সংক্ৰমণ বেছি বা কম…

ক’ৰোনাৰ ত্ৰাস- ‘চুপাৰ পাৱাৰ’আমেৰিকাত অজস্ৰ শিশুৰ বাবে ঘটিছে খাদ্যৰ অভাৱ

কোৰোণাৰ ত্ৰাসত তছনছ হৈছে বিশ্বৰ অৰ্থনীতি। পুঁজিপতি দেশসমূহো হাৰি যোৱা নাই এই ত্ৰাসৰ পৰা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিকাঠামোত তীব্ৰ কোব সোধাইছে। শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশিত অনুসৰি আমেৰিকাত দেখা দিছে খাদ্য সংকটে।…