এখন বজাৰৰ পৰাই সংক্ৰমিত হ’ল ২,৬০০ গৰাকী!

Share This Article

জনবহুল বজাৰত হোৱা ভিৰে ক’ৰোণাৰ সংক্ৰমন কি পর্যায়লৈ নিব পাৰে,তাৰ উদাহৰণ হ’ল, তামিলনাডুৰ পাইকাৰী বজাৰ কোয়মবেদু৷ এইখন পাইকাৰী বজাৰত সন্দেহজনকসকলক টেষ্ট কৰাৰ পিছত আহিছে ২,৬০০ জনৰ পজিটিভ ৰিপ’র্ট৷ বহুজনৰ ৰিপ’র্ট আহিবলৈ এতিয়াও বাকী৷ গতিকে সংক্ৰমনৰ সংখ্যা আৰু বঢ়াতো নিশ্চিত৷ চৰকাৰে তৎকালীনভাৱে বজাৰখনক ক’ৰোনাৰ হটস্পট হিচাপে চিনাক্ত কৰিছে৷ তামিলনাডুত বর্তমানলৈকে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯,২২৭ জন৷ দেশৰ তৃতীয় সর্বাধিক সংক্ৰমিত ৰাজ্য তামিলনাডু৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.