Browsing Category
ৰাজ্য
অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন
কচুৱাৰ ৰাঙলুবস্তিত বিগত এটা মাহ ধৰি বিদ্যুং কৰ্তন কৰি ৰখা হৈছে ।বিদ্যুৎ বিভাগৰ এনে টোগলকী কাণ্ডত স্থানীয় ৰাইজৰ মাজত লাগিছে হাহাকাৰ।২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ নামত কি ঘটিছে ৰাজ্যত ?
কঠীয়াতলী বিদ্যুৎ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ।কচুৱাৰ…
খহনীয়াই খহাইছে ‘সপোন’
মাজুলীৰ মানিকা চাপৰিত লুইতৰ ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে এচাম কৃষক।খহনীয়াত জাহ গৈছে কৃষকৰ সেউজীয়া সপোন।মাজুলীৰ মানিকা পথাৰত কৃষকৰ সেউজীয়া সপোন ভাঙি চূৰমাৰ কৰিছে লুইতৰ খহনীয়াই।লুইতৰ বুকুত জাহ গৈছে কৃষকৰ মাহ,সৰিয়হ, কবি, বিলাহীকে ধৰি…
স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ
নলবাৰী সদৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰতিবাদী ৰাইজে ঘেৰাও কৰিছে নলবাৰী সদৰ আৰক্ষী থানা।উল্লেখ্য যে ২০২১ চনৰ ৩ ডিচেম্বৰত নিজ গৃহৰ পৰা এশ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল নলবাৰী জানিগোগৰ আলিফ মহম্মদ নামৰ এগৰাকী যুৱকৰ…
শিৱসাগৰত ‘ভাৰত জোড়ো’
আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ হয় অসম প্ৰদেশ কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰাৰ কাৰ্যসূচী।ৰংঘৰ বাকৰিৰ পৰা কংগ্ৰেছ কৰ্মী সকলে পদযাত্ৰা কৰি শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি দৰিকাপাৰত পদযাত্ৰা কাৰ্যসূচীৰ সামৰণি পেলায়।শিৱসাগৰ সমষ্টিত আজিৰ এই…
হোজাইৰ ‘হাম’ৰ বিৰুদ্ধে অভিযোগ
চিকিৎসাৰ নামত ৰোগীৰ জীৱনক লৈ ল’ৰাধেমালিৰ অভিযোগ উত্থাপন হৈছে হোজাই জিলাত থকা হাজী আব্দুল মাজিদ মেমোৰিয়েল হাস্পতাল (HAMM Hospital) কৰ্তৃপক্ষৰ বিৰুদ্ধে। হাস্পতালখনৰ বিৰুদ্ধে অতি গুৰুতৰ এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দি জিলাৰ কাৰিছেৰা গাওঁ…
বঙহৰ যুঁজ ,নিহত ১ জন
সোণাৰি সদৰ থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিলে আন এগৰাকী কনিষ্টবলক ৷ পুৱা কৰ্তব্য সম্পাদনৰ সময়ত তৰ্কাতৰ্কিৰ সৃষ্টি হোৱাৰ বাবে কনিষ্টবল দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক।গুলীচালনাত নিহত হয় গকুল…
আপ বিজেপিৰ বি টীম !
গুজৰাটৰ বিধান সভাৰ নিৰ্বাচনত বিৰোধীৰ ভোট ভাগ হোৱাৰ আশংকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।আম আদমী পাৰ্টিক বিজেপিৰ বি টীম আখ্যা ভূপেন বৰাৰ।অআইইউডিএফক অসমত বিজেপিৰ বি টীম বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।বদৰুদ্দিন আজমলৰ উচতনিমূলক,…
কাঠ ফলা মেচিন জব্দ
মঙ্গলবাৰে পুৱতি নিশা দৰঙৰ শ্যামটিলা গাঁৱত বন বিভাগে অভিযান চলায়৷অভিযানত প্ৰায় ডেৰ লাখ টকীয়া প্ৰকাণ্ড কাঠ ফলা মেচিন জব্দ কৰে বিভাগটোৱে।বন বিভাগৰ মঙলদৈৰ বিট বিষয়া তপন দাসৰ নেতৃত্বত অভিযান চলাই শ্যামটিলাৰ শুক্ৰবৰীয়া বজাৰৰ সমীপৰ পৰা এটা…
অব্যাহত ৰাসৰ উন্মাদনা
ৰাজ্যত এতিয়াও শেষ হোৱা নাই ৰাসৰ উন্মাদনা ।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে ৰাস।ক’ভিডৰ সন্ত্ৰাসত দুটাকৈ বছৰত উৎসৱৰ তাৰিখ পাহৰি যোৱা অসমবাসীয়ে ৰাসৰ জৰিয়তে বোৱাইছে সম্প্ৰীতিৰ ঢল ।নগাঁৱৰ পশ্চিম জলাহ গাঁৱত সমন্বয়ৰ ধ্বজা উৰুৱাই আঘোণৰ…
হাইলাকান্দি কঁপালে টেট শিক্ষকে
হাইলাকান্দিত সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিবাদী আন্দোলন । সমগ্র অসমৰ লগত টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ উঠিছে হাইলাকান্দি জিলাও। টেট উত্তীর্ণ চুক্তি ভিত্তিক শিক্ষক সকলে হাইলাকান্দি চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্মাৰকস্থলীত এখন…