শ্ৰেণী ৰাজ্য

হাজো-নলবাৰী পথ অৱৰোধ

হাজো-নলবাৰী পথ বহল কৰাৰ দাবীৰে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ।হাজো – নলবাৰী পথৰ বৰকুৰিহাত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ স্থানত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।উল্লেখ্য যে নলবাৰীৰ বৰকুৰিহাৰ মাজেৰে যোৱা হাজো নলবাৰী পথত আছে এটি বৃহৎ…

ডিফুবাসীয়ে ঘেৰাও কৰিলে ৰে’লৰ মাণ্ডলিক কাৰ্যালয়

লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যালয় শুকুৰবাৰে ঘেৰাও কৰে ডিফুৰ প্ৰায় পাঁচ শতাধিক ৰাইজে।লামডিং ৰেল বিভাগে ডিফুত উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ আজিৰ এই ঘেৰাও কাৰ্য্যসূচী।জানিব পৰা মতে ডিফুৰ ৰেলৱে এলেকাত প্ৰায় ৪০ ৫০বছৰ ধৰি বসবাস কৰা প্ৰায় হাজাৰ…

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হোৱা চতুৰ্দশ গ্ৰন্থমেলাখনি…

ধনশিৰিৰ খুছী পালেগৈ স্পেইন

স্পেইনৰ মাৰিয়াই নিজৰ কৰি ল’লে ধনশিৰিৰ খুছীক।এটি অনাথ শিশুৱে পালে নতুন জীৱন ৷ কণমানিজনীৰ এতিয়া বয়স দুবছৰ । এদিন বোকাজানৰ ঘৰিয়ালডুবিত কোনো হৃদয়হীন মাতৃয়ে পেলাই দিছিল সদ্যোজাত শিশুটিক । যি সময়ত শিশুটিক উদ্ধাৰ কৰা হৈছিল তেতিয়া তাইৰ সমগ্ৰ দেহটো পৰুৱাই…

‘মুখ্যমন্ত্ৰী পূজা’ !

গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত বুধবাৰে পূজা অৰ্চনা আগবঢ়ালে মস্যজীৱি লোক সকলে।ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে ধূপ-ধূনা,নৈবদ্য,নাম-শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হ’ল গুপ্তকাশী বিশ্বনাথ ঘাট।কোনো দেৱ দেৱতাক নহয়,গুপ্তকাশী বিশ্বনাথ ঘাটত পূজা অৰ্চনা কৰা হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ…

অখিল গগৈৰ পত্ৰত কঁপিছে বিজেপি নেতাৰ বুকু

লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিমান আৰু লুণ্ঠন চলাব ? মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ফেচবুক প’ষ্টটোৰ সৈতে মই মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এখন নিৰ্দেশ পত্ৰ গাঁঠি দিছোঁ। আপুনি খুব ভালকৈয়ে জানে লিডু আৰু মাৰ্ঘেৰিটাত যোৱা বেছ কিছুদিন ধৰি কয়লাৰ অবৈধ খনন…

আলি-আয়ে-লৃগাঙত গুণোৎসৱ কিয়?

১৫ ফেব্ৰুৱাৰীৰ আলি-আয়ে-লৃগাঙৰ দিনটোত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়ত ধেমাজিত TMPK এ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষাখণ্ডত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ।ইফালে এই দিনটোতে প্ৰতিবছৰে উদযাপন কৰে ৰাজ্যৰ অন্যতম জনগোষ্ঠী মিচিংসকলে তেওঁলোকৰ বসন্ত উৎসৱ আলি –…

শিক্ষকৰ সমস্যাৰ সমাধান কেতিয়া?

অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ সম্পৰ্কত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।শিক্ষক সকলৰ লগত ৰাজনীতি কৰিছে চৰকাৰে। চতুৰ ৰাজনীতিবিদ মুখমন্ত্ৰী ভ০ হিমন্ত বিশ্ব শৰ্মাই অসমত আঁচনিৰ ৰাজনীতি কৰিছে। অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকক বাৰে বাৰে প্ৰতাৰণা কৰিছে চৰকাৰে।…

GI টেগ পালে গামোচাই

অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাক ভাৰতৰ ভৌগোলিক সূচক পঞ্জীয়কে ( Register of Geographical Indication) GI স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ শিপিনী সকল। এতিয়াৰ পৰা অসমত উৎপাদিত গামোচাৰ এক সুকীয়া মৰ্যাদা থাকিব।উল্লেখ্য যে গামোচাৰ জনপ্ৰিয়তা ক্ৰমশঃ বৃদ্ধি পোৱাত অসমৰ বাহিৰেও…

জিলিকিল গোলাঘাটৰ ৰিমঝিম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু সৌন্দৰ্য প্ৰতিযোগিতাত উজলিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱা।যোৱা ৩,৪ আৰু ৫ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোলাঘাটৰ বামবৰাহী গাঁৱৰ বিকাশ হুছেইন বৰুৱা আৰু আছিফা বেগমৰ একমাত্ৰ কন্যা ৰিমঝিম…