Investigative reporting with dedication.
খহনীয়াই খহাইছে ‘সপোন’

মাজুলীৰ মানিকা চাপৰিত লুইতৰ ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে এচাম কৃষক।খহনীয়াত জাহ গৈছে কৃষকৰ সেউজীয়া সপোন।মাজুলীৰ মানিকা পথাৰত কৃষকৰ সেউজীয়া সপোন ভাঙি চূৰমাৰ কৰিছে লুইতৰ খহনীয়াই।লুইতৰ বুকুত জাহ গৈছে কৃষকৰ মাহ,সৰিয়হ, কবি, বিলাহীকে ধৰি পাচলিৰ খেতি।মানিকা পথাৰত বছৰৰ পাছত বছৰ কেইবাজনো…










