Investigative reporting with dedication.
পত্নীক তলা মাৰি আত্মহত্যা শিক্ষা বিষয়াৰ

বজালীৰ জিলা শিক্ষা বিষয়া নিশিপদ দাসৰ ৰহস্যজনক আত্মহত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলত।পাঠশালাৰ জ্যোতিনগৰৰ বাসিন্দা ৪৮ বছৰীয়া নিশিপদ দাসে বুধবাৰে পুৱতি নিশা নিজৰ শোৱনি কোঠাত পত্নীক তলা লগাই থৈ পাকঘৰৰ ভিতৰত চিপ লয় বুলি জানিব পৰা গৈছে।পুৱা পৰিয়ালৰ লোকে…










