Investigative reporting with dedication.
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ৪৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ JAFA Achiever Award-২০২২

গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ।জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা , মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু…









