ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ৪৫ গৰাকী‌ বিশিষ্ট ব্যক্তিলৈ JAFA Achiever Award-২০২২

Share This Article

গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ।জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা , মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ হৈ প্ৰচাৰ সম্পাদক কুলেন্দ্ৰ শইকীয়াই সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণৰে বঁটা প্ৰাপক সকলৰ নাম সমুহ ঘোষণা কৰে । অহা চাৰি ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত প্ৰকাশ।
JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে —
Journalism শিতানত
১৷ ৰত্নদ্বীপ চৌধুৰী, ব্যুৰ’ চীফ, এনডি টিভি,
২৷ টিপং হাঞ্চে, সম্পাদক দ্যা আৰ্লেং ডেইলি,
৩৷ সাম্য ভৰদ্বাজ, চিফ ষ্টাফ ৰিপ’ৰ্টাৰ, আমাৰ অসম,
৪৷ হীৰামণি শৰ্মা, উপ-সম্পাদক, অসমীয়া প্ৰতিদিন,
৫৷ মিণ্টু হাজৰিকা, জ্যেষ্ঠ সাংবাদিক, আছাম টক্‌চ,
৬৷ ৰাজু বৰুৱা, সহকাৰী চিফ ৰিপোৰ্টাৰ, নিউজ-১৮ অসম-নৰ্থইষ্ট।

Photo Journalism শিতানত
৭৷ দিব্যজ্যোতি ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক, নিয়মীয়া বাৰ্তা৷

Video Journalism শিতানত
৮৷ সঞ্জয় বৰা, জ্যেষ্ঠ ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫

News Anchor শিতানত
৯৷ শ্যামলি বৰঠাকুৰ, এন কে টিভি, নিউজ এংকৰ

Best School of Journalism শিতানত
১০৷ টাৰ্ণিং পইণ্ট, গুৱাহাটী৷

Dynamic Youth Leadership শিতানত
১১৷ জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ৷

For Excellence in Police Service শিতানত
১২৷ হীৰেন চন্দ্ৰ নাথ, এডিজিপি, [এচ বি] আই পি এচ

For Excellence Medical Service শিতানত
১৩৷ ডাঃ অমল চন্দ্ৰ কটকী, সঞ্চালক বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট৷

For Excellence Service in Public Administration শিতানত
১৪৷ মেঘ নিধি দাহাল, আয়ুক্ত, গুৱাহাটী পৌৰ নিগম [আই এ এচ]৷

Inspiring Educationist শিতানত
১৫৷ মেহবুবুল হক, আচাৰ্য, ইউ এচ টি এম৷

For Peace Intiative শিতানত
১৬৷ আভিজিত শৰ্মা, সঞ্চালক, আছাম পাব্লিক ৱাৰ্কচ৷

Inspiring Women শিতানত
১৭৷ ডাঃ পাৰুল বৰুৱা, পৰিচালন সঞ্চালক,
আৰ আই পি টি গ্ৰুপ অব ইনষ্টিটিউচন৷

Social Service শিতানত
১৮৷ পৰাগজ্যোতি দত্ত, হেল্‌থ চিটি হাস্পতাল, গুৱাহাটী৷

Social Influencer শিতানত
১৯৷ ভূষণ পাঠক, জনপ্ৰিয় ইউটিউবাৰ৷

Best Upcoming Singer শিতানত
২০৷ নাহিদ আফ্ৰিন, উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী৷

For Entrepreneur শিতানত
২১৷ বাহাৰুল ইছলাম লস্কৰ, যুৱ উদ্যোগী৷

For Youth Activisit শিতানত
২২৷ সন্দীপ লাহন, অসম যুৱ পৰিষদ৷

For Small Scale Industry শিতানত

২৩/ কৃষ্ণ প্ৰসাদ শৰ্মা
ক্ষুদ্ৰ চাহ খেতিয়ক

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২গৰাকী গ্ৰাম্য সাংবাদিকক JAFA Achiever Award-২০২২ (for Rural Journalism)ৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰা সকল ক্ৰমে–
২৪৷ প্ৰশান্ত মহন্ত, ইষ্টাৰ্ণ ক্ৰনিকল, তেজপুৰ
২৫৷ বীৰেন সিং ইংহি, কে,এই,টি নিউজ চেনেল, পশ্চিম কাৰ্বি আংলং
২৬৷ জয়ন্ত কাকতি, অসমীয়া প্ৰতিদিন, পাথৰিঘাট
২৭/ মনালিছা শৰ্মা, দৈনিক অগ্ৰদূত, কোকৰাঝাৰ
২৮/ বিশ্ব কল্যাণ পুৰকায়স্থ, প্ৰান্তজ্যোতি দৈনিক, শিলচৰ
২৯/ ৰঞ্জিত দত্ত, ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫, বঙাইগাঁও
৩০/ কমল কৃষ্ণ ডেকা, প্ৰতিদিন টাইম, ডিমৰীয়া
৩১/ৰিপুঞ্জয় নাথ, নিউজ ১৮ অসম নৰ্থইষ্টি, ওদালগুৰি
৩২) চন্দ্ৰ সিং ৰংপি, কাৰ্বি লাইভ, বিশ্বনাথ চাৰিআলি
৩৩/ ধনকেশ বৰ্মন, নাৰদ লাইভ, চিথিলা
৩৪/মৃণাল শৰ্মা, আমাৰ প্ৰণাম, শোণিতপুৰ
৩৫/মিণ্টু তালুকদাৰ, প্ৰথম খবৰ, বিজনী
৩৬/কনেশ্বৰ ডেকা, নিউজ লাইভ, কলাইগাও
৩৭/দীপৰাজ পেগু, আমাৰ অসম, গোগামুখ
৩৮/বনমালী মহন্ত , অৰুণোদয় লাইভ, ধেমাজি
৩৯/দিগন্ত সোণোৱাল, অসমীয়া প্ৰতিদিন, বগীনদী
৪৯/ৰাজু বৰা, ঈশান নিউজ, বান্দৰদেৱা
৪১/ ৰত্নেশ্বৰ চহৰীয়া, দৈনিক জনমভূমি, দেওমৰনৈ
৪২/ দুলাল ডেকা, এন ই লাইভ, দৰং
৪৩/ ৰমেশ দাস, নিয়মীয়া বাৰ্তা, সোণাপুৰ
৪৪/আমজাদ আলী, অসমীয়া খবৰ, লেংটিচিঙা, অভয়াপুৰী
৪৫/পাৰ্থ হাজৰিকা, অসমীয়া খবৰ, টীয়ক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.