শ্ৰেণী ৰাজ্য

গ্ৰন্থৰ সুবাস বিয়পিব গোলাঘাটৰ আকাশত

গোলাঘাটত অহা ১৮ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা।গোলাঘাটত প্ৰতি বৰ্ষৰ দৰে এইবাৰো অন্যতম স্বেচ্ছাসেৱী সংগঠন ভক্স পপুলীৰ উদ্যোগত, জিলা প্ৰশাসন আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাকে মুখ্য কৰি বিভিন্ন সামাজিক সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে গোলাঘাট…

দলং বাদ, ঢলংপলং হৈ সময় কটোৱাৰহে লক্ষ্য শ্ৰমিকৰ

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ নামত শ্ৰমিক সকলৰ মাজত চলিছে কি ?যোৰহাটৰ হাতীশালৰ দলং নিৰ্মাণ স্থলীত অসৎ কামত সহযোগ নকৰাৰ বাবে চাৰি শ্ৰমিক বন্ধুৱে প্ৰহাৰৰ অভিযোগ কৰিছে লগৰে শ্ৰমিকক ।শ্ৰমিকে দলং নিৰ্মাণৰ গুৰুত্ব পাহৰি অসৎ তথা অসামাজিক কাৰ্যত লিপ্ত হৈ…

‘কোৱালিটি’ত গুৰত্ব নিদিয়াৰ ফল ভুগিব বিশ্বনাথবাসীয়ে

উদ্ধোধনৰ পূৰ্বেই চিৰাল ফাঁট নিৰ্মীয়মাণ চিকিৎসালয়ৰ দেৱালৰ।বিশ্বনাথত নিৰ্মাণ প্ৰায় সমাপ্ত হোৱা ২০০ খন বিচনা যুক্ত জিলা চিকিৎসালয়খনৰ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰা কথা পোহৰলৈ আহিছে। উল্লেখ্য যে বৃহত্তৰ বিশ্বনাথবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই…

ফ’ৰলেন নহয়,মৰণফান্দ নিৰ্মাণত ব্যস্ত ধাটৰৱাল

বিশ্বনাথৰ পৰা গহপুৰলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী বিৰুদ্ধে এই অভিযোগ স্থানীয় জনতাৰ। পথৰ কাষৰ পৰা মাটি খান্দি নিৰ্মাণ কৰিছে চাইডবাম।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী নামৰ ফ”ৰলেন নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ কেতবোৰ কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথ জিলাত।বিশ্বনাথৰ…

ডাষ্টবিন হ’লগৈ চৰকাৰী আদৰ্শ গাঁৱৰ কুঁৱা

খীৰতি গাইত পৰিণত হৈছে নেকি অসম চৰকাৰৰ আদৰ্শ গাঁও যোজনা । কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলাইখোৱা আদৰ্শ গাঁৱত উন্নয়নৰ নামত কি ঘটিছে ?ৰাজ্যত আদৰ্শ গাওঁ নিৰ্মাণ প্ৰকৃততে এক চূড়ান্ত প্ৰহসনলৈ পৰিণত হৈছে।বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ গাঁও পঞ্চায়তৰ কলাইখোৱা আদৰ্শ গাঁৱৰ বিননি…

আছে হেংদাং লোৱা নাই,এইবাৰ ৰক্ষা নাই ..

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে ছয় জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চই জনোৱা অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে শিৱসাগৰত ।দুই এখন ব্যক্তিগত যানবাহনৰ বাদে দোকান পোহাৰ সকলো বন্ধ শিৱসাগৰত।ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে টাইপাৰ সদস্যসকলে !চৰকাৰৰ…

ডেংগুক পাত্তাই নিদিয়ে ‘মহাশক্তিমান’ স্বাস্থ্যমন্ত্ৰীয়ে

ৰাজ্যত বিগত কেইদিনমান ধৰি বৃদ্ধি পোৱা ডেংগু ৰোগ বৰ্তমান কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে ।দুই-এদিনৰ পৰা আক্ৰান্তৰ সংখ্যা কমিছে । ক’ভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে এই ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান…

বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ মাজবাটত ১৪৭ সংখ্যক বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি চলিছে। মাজবাটৰ ১নং খামটোবাৰী গাঁৱৰ খুচুৰাবাৰী চেন্টাৰত বীৰছা মুণ্ডা সংঘ ও পুথিভঁৰালৰ উদ্যোগত মাজবাট আঞ্চলিক আছা, আটছা, বেতিবাৰী চাহ মজদুৰ সংঘৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্রামী শ্বহীদ বীৰ বীৰছা…

লোকসভাত প্ৰাৰ্থী দিব ইউপিপিএলে

কোকৰাঝাৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত শুকুৰবাৰৰ পৰা ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন আৰম্ভ হৈছে ৷ ইতিমধ্যে অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে৷ অধিবেশনত ইউপিপিএলৰ পতাকা উত্তোলন কৰে বড়ো স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আনহাতে,বড়ো জনজাতিৰ ইতিমধ্যে শ্বহীদ…

প্ৰাৰ্থীক হৰুৱাহে লক্ষ্য আছিল নেকি নিৰ্বাচনত?

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনৰ সমষ্টিত আচলতে কেনেধৰণৰ প্ৰচাৰ চলিছিল? অলপতে অনুষ্ঠিত হৈ যোৱা পৰিষদখনৰ নিৰ্বাচনৰ বাবে বিহপুৰীয়াত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকা,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,মন্ত্ৰী কেশৱ মহন্ত আৰু দলটোৰ সভাপতি…