আছে হেংদাং লোৱা নাই,এইবাৰ ৰক্ষা নাই ..

Share This Article

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে ছয় জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চই জনোৱা অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে শিৱসাগৰত ।দুই এখন ব্যক্তিগত যানবাহনৰ বাদে দোকান পোহাৰ সকলো বন্ধ শিৱসাগৰত।ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে টাইপাৰ সদস্যসকলে !চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদে শিৱসাগৰৰ বিভিন্ন স্থানত পুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলি, বিজি ৰোড আদিকে ধৰি বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই।আহোম সহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ টাইপাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.