শ্ৰেণী ৰাজ্য

মৃত নে জীৱিত -বিভ্ৰান্ত কোন?

মৃত ঘোষণা কৰা দেৱশিশু সৎকাৰ কৰিবলৈ লওতেই জীৱিত অৱস্থাত পোৱা এটা চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে ডিব্ৰুগড়ৰ বৈৰাগীমঠত। ডিব্ৰুগড়ৰ বৈৰাগীমঠত এটা ডেৰ মহীয়া দেৱ শিশু চিকিৎসালয়ত মৃত ঘোষণা কৰাৰ পাছত পুনৰ জীৱিত হোৱাৰ অভিযোগ উঠিছে । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচা…

১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০২২

” গ্ৰন্থই মানুহৰ মননশীলতা জৰ্জৰিত কৰি তোলে।বৌদ্ধিক আন্দোলন তৰাম্বিত কৰাত গ্ৰন্থমেলা সমূহে অপৰিসীম ভূমিকা গ্ৰহণ কৰি আহিছে। ” – ভক্স পপুলিৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল- সংগঠনৰ সহযোগত শুকুৰবাৰৰপৰা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত গোলাঘাট সাহিত্য উৎসৱ আৰু…

খোল-তালৰ ছেৱত মুখৰ হ’ব ঐতিহাসিক শিৱসাগৰ

ঐক্য সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈ পৰিল শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিত অনুষ্ঠিত হবলগীয়া ভাওনা সমাৰোহৰ স্থলী। আজি শুকুৰবাৰৰ দিনা সম্প্ৰীতিৰ এক অনন্য ছবি দেখিবলৈ পোৱা গ’ল এই ভাওনা সমাৰোহৰ মণ্ডপত৷ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া দোৱা কৰে ভাওনা সমাৰোহৰ মণ্ডপত৷যুগ…

খাৱ’ পিয়’ মস্তি কৰ’ !

নগাঁৱত জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাই সংঘটিত কৰিছে এক আজৱ কাণ্ড।নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ অধীনৰ কাৰ্যবাহী অভিযন্তা জনে সুৰাৰ ৰাগীত একেৰাহে ৩ দিন ধৰি থাকিল কুম্ভকৰ্ণ নিদ্ৰাত।কাৰ্যবাহী অভিযন্তা দিলীপ কুমাৰ বৰুৱাৰ বিৰুদ্ধে এই অভিযোগ ।খেতিয়কে পথাৰত পানী নাপালেও তেওঁৰ গিলাচত নকমে পানী।আধুনিক…

উদুলিমুদুলি মিছন স্কুলৰ বাকৰি

নগাঁৱৰ ঐতিহ্যমণ্ডিত মিছন স্কুলৰ ১৭৫ বছৰীয়া জয়ন্তীৰ আজি শুভাৰম্ভ হয়।এই উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ’ল সমগ্ৰ নগাঁও চহৰ।পুনৰ বাৰ উজ্জীৱিত হ’ল ১৮৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ বৰ্ণময় ইতিহাস।১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত শোভাযাত্ৰা উদ্ধোধন কৰিলে অভিনেত্ৰী মলয়া গোস্বামীয়ে। বৰ্ণিল সাংস্কৃতিক…

অসমতো ইমান মাওবাদী?

ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৯ মাওবাদীয়ে । ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। উল্লেখ্য যে ২০১৭ চনৰ পৰা মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল এই ৯ জন কেডাৰে। অৱশ্যে আত্মসমৰ্পণৰ সময়ত কোনো মাৰণাস্ত্ৰ জমা…

ধৰ্মপ্ৰাণা মহিলা তিলেশ্বৰী শইকীয়াৰ মৃত্যু

গোলাঘাট জিলাৰ বোকাখাত ম’হকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা তিলেশ্বৰী শইকীয়াৰ বুধবাৰে সন্ধিয়া ৬-২৯ বজাত নিজ গৃহত মৃত্যু হয়। বিগত এসপ্তাহে তেওঁ শাৰীৰিক অসুস্থতাত ভুগি আছিল। মৃত্যুৰ সময়ত তিলেশ্বৰী শইকীয়াৰ বয়স হৈছিল ৯২ বছৰ। গাঁওখনৰ সকলোৰে মাজত তেওঁ ‘আইতা’,’বৌ’ নামেৰে…

কেনেদৰে উদযাপিত হ’ব লাচিত দিৱস ?

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বাবে থীম ছং মুকলি । জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে গানটো ।জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰিছে এই গীতটিত । থীম ছং মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ওপৰিও কেইবাগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত…

প্ৰাণচঞ্চল হৈ পৰিল জনগোষ্ঠীয় উৎসৱ

বঙাইগাঁও জিলা শিক্ষাখণ্ডৰ অন্তৰ্গত সমগ্ৰ শিক্ষা বঙাইগাঁৱৰ উদ্যোগত আৰু টেঙাইগাঁও মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি জনগোষ্ঠীয় উৎসৱ ২০২২ উদযাপন কৰে ৷ বঙাইগাঁও শিক্ষাখণ্ডৰ অধীনৰ টেঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰে পৰা এই উৎসৱ আৰম্ভ হয় ৷ মণ্ডল সমল কেন্দ্ৰৰ মুঠ…

 মিজোৰ গতা,বন বিভাগৰ খেদাত ত্ৰস্তমান সীমান্তবাসী

এফালে মিজোৰ আগ্ৰাসন, আনহাতে বন বিভাগৰ উচ্ছেদৰ জাননী ! হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । দৰাচলতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত আৰম্ভ হৈছে এটা কমাণ্ডো বেটেলিয়ন কেম্প নিৰ্মাণৰ কাম । ইতিমধ্যে অসম আৰক্ষী,…