Investigative reporting with dedication.
বাম্পাৰ অফাৰ চৰকাৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ বাম্পাৰ অফাৰ ।১০৫০ টকাৰ বিনিময়ত ১ টকা । ফ্ৰীতে পালে বোলে মাটিও খায় মানুহে। কিন্তু তাজমিনাই নাখালে ,ফ্ৰীতে পায়ো ঘূৰাই দিলে চৰকাৰক। কি ঘূৰাই দিলে তাজমিনাই? কোন এই তাজমিনা? ঘটনাৰ স্থান বঙাইগাঁৱৰ গান্ধী ময়দান । ঘটনাৰ নায়ক…









