ঝুমুইৰৰ তালত মুখৰিত তিতাবৰৰ আকাশ বতাহ

Share This Article

চাহ শ্ৰমিক নেতা জলধৰ গোৱালা সোঁৱৰণত তিতাবৰত অনুষ্ঠিত হয় ঝুমুইৰ সন্মিলন।সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ঝুমুইৰ সন্মিলন ।এই সন্মিলনত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ৪০টা ঝুমুইৰৰ দলে অংশ লয়।মোহনাটিঙ চৰিয়াপথাৰ খেলপথাৰত অনুষ্ঠিত ঝুমুইৰ সন্মিলনে তিতাবৰত এটা সুকীয়া সাংস্কৃতিক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীৰ অৱদানে অসমীয়া সংস্কৃতিৰ জাতি গঠন প্ৰক্ৰিয়াত অনবদ্য অৱদান আগবঢ়াইছে বুলি মন্তব্য কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.