সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

দ্বিতীয় পাকিস্তান হোৱাৰ দিশে ভাৰত !

দেশৰ অৰ্থনৈতিক উন্নয়ন ভয়াবহভাৱে হ্ৰাস পাইছে।ঘৰুৱা উৎপাদনৰ হাৰ হ্ৰাস পাইছে অভাৱহনীয় হাৰত।সাম্ভাৱ্য ভয়াবহ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ চৰকাৰে কিছু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সিন্ধান্ত লৈছে।৩৫ বিধ সামগ্ৰীৰ আবকাৰী শুল্ক বৃদ্ধিৰ লগে লগেই বৃদ্ধি পাব…

নিষিদ্ধ হ’ল ৰক্তচিত্ৰ !

শৰীৰৰ তেজ উলিয়াই ৰক্তচিত্ৰ উপহাৰ ।কিয় বাঢ়িছে ৰক্তচিত্ৰৰ প্ৰৱণতা? সাম্প্ৰতিক সময়ত প্ৰায়ে দেখা গৈছে মানুহে উপহাৰ দিবৰ বাবে ব্যৱহাৰ কৰিছে নিজৰ তেজ।মানুহৰ মাজত ৰক্তচিত্ৰৰ উন্মাদনা ব্যাপক হাৰত বৃদ্ধি পাইছে।তামিলনাডুত ভয়াৱহ প্ৰভাৱ ৰক্তচিত্ৰৰ…

কিয় প্ৰবাসীক গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে?

প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন হৈছে ইন্দোৰত।৯ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে এই দিৱসৰ কাৰ্যসূচী৷মধ্য প্ৰদেশৰ ইন্দোৰত উদযাপন হৈছে ১৭ তম প্ৰবাসী ভাৰতীয় দিৱস৷দেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,বৈদেশিক মন্ত্ৰী আৰু কেইবাজনো কেবিনেট…

পদযাত্ৰাত ব্যস্ত কিন্তু নীৰৱেহে !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পদযাত্ৰাৰ সংবাদে দেশৰ আকাশ বতাহ কঁপাই আছে।কিন্তু এজন বিশেষ ব্যক্তিয়েও লগত সমৰ্থক লৈ অক্টোবৰৰ পৰা চলাই আছে পদযাত্ৰা।কিন্তু তেওঁৰ নিউজ উপেক্ষিত ! কোন তেওঁ? তেওঁ আন কোনো নহয়,তেওঁ ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত…

ভয়ত নহয়,শীতত কঁপিছে দিল্লী

ঘন কুঁৱলীয়ে আগুৰি ধৰিছে দেশৰ ৰাজধানী চহৰ দিল্লীক।সমগ্ৰ ৰাজধানী চহৰত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা৷ইতিমধ্যে ২৯ খন ৰে’ল আৰু ১১৮ খন বিমানৰ যাত্ৰা বাতিল অথবা নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাৰ অনুমতি দিয়া হৈছে।একেৰাহে পঞ্চম দিনৰ বাবে অসহ্যকৰ শীতৰ…

‘সুশৃংখল’ বিজেপিত বিশৃংখল কাৰবাৰ

দেশৰ সবাতোকৈ শৃংখলাবদ্ধ দল বুলি দাবী কৰে বিজেপিয়ে।কিন্তু কেৱল ক্ষমতাৰ বাবেই দুটা পক্ষৰ মাজত হোৱা হতাহতিত বিধ্বস্ত হ’ল বিজেপিৰ কাৰ্যালয়।তামিলনাডুৰ কাল্লাকুৰিচিত সংঘটিত হৈছে এই ঘটনা।চ’ছিয়েল মেডিয়াত ভাইৰেল হৈছে এক বিশেষ দৃশ্য !এই দৃশ্যটোত…

পুনৰ পদত্যাগ আপ মন্ত্ৰীৰ

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ দ্বিতীয়গৰাকী মন্ত্ৰীৰ ।দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পদত্যাগ কৰে মান মন্ত্ৰীসভাৰ দ্বিতীয়গৰাকী মন্ত্ৰীয়ে৷মান মন্ত্ৰীসভাৰ খাদ্য আৰু শস্য দপ্তৰৰ মন্ত্ৰী ফৌজা সিং চাৰাৰীয়ে শনিবাৰে…

CBSE ৰ অভিনৱ পদক্ষেপ

CBSE ৰ ছাত্ৰছাত্ৰীৰ বাবে ভাল খবৰ । প্ৰথমবাৰৰ বাবে CBSE এ লৈছে এক অভিনৱ পদক্ষেপ। উপকৃত হ’ব চূড়ান্ত বৰ্ষৰ সকলো ছাত্ৰছাত্ৰী।কিন্তু কি এই অভিনৱ পদক্ষেপ ? Psychological counselling আগবঢ়াব CBSE এ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো…

খালী ভৰিৰে এগৰাকী অধিবক্তা কিন্তু কিয়?

'ভাৰত জোড়ো'ত এগৰাকী পদযাত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল বিক্ৰম প্ৰতাপ সিঙে।মধ্যপ্ৰদেশৰ পৰা এই যাত্ৰাত অংশ লৈছিল তেওঁ৷বিগত আঢ়ৈ মাহত প্ৰতি দিনেই এই ব্যক্তিজনে খোজ কাঢ়িছে৷মধ্য প্ৰদেশৰ উমাৰিয়া জিলাৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা।সিঙে কয় “…

ইপাৰো নহ’ল,সিপাৰো নহ’ল আজাদ !

গোলাম নবী আজাদৰ দল ত্যাগ কৰিলে তেওঁৰে প্ৰাক্তন সতীৰ্থই।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোলাম নবী আজাদৰ লগত কংগ্ৰেছ দল ত্যাগ কৰা মুঠ ১৭ জন নেতাই পুনৰ যোগদান কৰিলে কংগ্ৰেছত।শুকুৰবাৰে আজাদৰ নতুন দল এৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে এই নেতা কেইজন।দললৈ…