শ্ৰেণী ৰাষ্ট্ৰীয়

দোষ কাৰ-চৰকাৰ নে ৰাজ্যপালৰ?

ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত শেহতীয়াকৈ বৃদ্ধি পাইছে তিক্ততা৷শেহতীয়াকৈ তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বৃদ্ধি পাইছে ব্যৱধান ।তামিলনাডুৰ শাসক দল ডিএমকেই ৰাজ্যপালে প্ৰচলিত নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।তামিলনাডুৰ ৰাজ্যপাল গৰাকীয়ে বিধানসভাৰ অধিৱেশনৰ আৰম্ভণিতে দিবলগীয়া ভাষণত চৰকাৰে লিখি দিয়া ভাষণ…

শ্বীনা বৰা জীৱিত !

চিবিআইৰ এক বিশেষ আদালতে গুৱাহাটী বিমান বন্দৰৰ চিচি টিভি ফুটেজ শীঘ্ৰে জমা দিয়াৰ নিৰ্দেশ দিছে বিমান বন্দৰ কৰ্তৃপক্ষক।অৱশ্যে বিশেষ আদালতে এটা বিশেষ দিনৰ ফুটেজহে বিচাৰিছে কৰ্তৃপক্ষৰ পৰা।উল্লেখযোগ্য যে শ্বীনা বৰা নামৰ যুৱতী গৰাকী ২০১২ চনৰ এপ্ৰিলতেই হত্যা কৰাৰ অভিযোগত তেওঁৰ…

দেশৰ বাবে খেলি এতিয়া ‘হাজিৰা’ কৰিবলগীয়া পৰিস্থিতি

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাৰ হ’ল।দেশ সকলোফালে আগুৱাই গ’ল।ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।কোনো কোনো খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পিছতো দিছে বিভিন্ন চৰকাৰী সা-সুবিধা,চৰকাৰী চাকৰি !কিন্তু আন্তৰ্জাতিক পৰ্যায়ৰ ফুটবল খেলুৱৈ পলমী অধিকাৰীক কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা…

ভুৱা বিজ্ঞাপন দি বিপদত FMCG কোম্পানী

উল্লেখযোগ্য যে FMCG কোম্পানীৰ প্ৰডাক্ট Milk bikis ৰ বিজ্ঞাপন KBC জুনিয়ৰত সম্প্ৰচাৰিত হয়। KBC জুনিয়ৰ সম্প্ৰচাৰৰ সময়ত বিগ বিয়ে কৰে ইয়াৰ প্ৰমোচন ।সেই প্ৰমোচনত বিগ বিয়ে মিল্ক বিকিজৰ নিউট্ৰেচনেল ভেল্যু থকা আৰু মাতৃ আৰু শিশুৰ বাবে উপকাৰী বুলি উল্লেখ কৰে।প্ৰম’টো…

যোশীমঠত ভয়ংকৰ বিপদৰ আগজাননী

উত্তৰাখণ্ডৰ যোশীমঠত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।ভূপৃষ্ঠৰ পৰা বহু তললৈ বহি গৈছে যোশীমঠ।ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰৰ পৰা প্ৰকাশিত প্ৰতিচ্ছবিত ধৰা পৰিছে এই তথ্য।বিগত ২৭ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীৰ সময়চোৱাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।যোশীমঠৰ কেন্দ্ৰস্থলত অৱস্থিত আৰ্মি…

বোমাত উৰিল CNF ৰ কাৰ্যালয়

ম্যানমাৰ মিলিটেৰীৰ আক্ৰমণত তচনচ হৈছে CNF ৰ মুখ্য কাৰ্যালয়।ভাৰত-ম্যানমাৰ সীমান্তত অবস্থিত CNF ৰ মুখ্য কাৰ্যালয়ত YAK -130 আৰু MIG -29 দুখন জেট বিমানেৰে ভয়ংকৰ আক্ৰমণ চলাই ম্যানমাৰ সেনাই।CNF ৰ মুখপাত্ৰ চালাই এইছটেট নীয়ে ম্যানমাৰ নাওক দিয়া এক সাক্ষাৎকাৰত কয় “ম্যানমাৰ…

-৪ ডিগ্ৰীত কঁপিছে উত্তৰ ভাৰত

শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত৷-৪ ডিগ্ৰী ছেলচিয়াছলৈ নামিব উষ্ণতা।ইভ ৱেডাৰ অব ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা নবদীপ দাহিয়াই টুইটাৰত লিখিছে “ ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত অতিমাত্ৰা শীতৰ কবলত পৰিব সমগ্ৰ উত্তৰ ভাৰত।১৬ ৰ পৰা ১৮ জানুৱাৰীত শীতৰ পৰিমাণ অধিক হ’ব।”বিগত ২৩…

ৰাজৌৰীক লৈ আশংকা

বিগত দুটা সপ্তাহত জম্মুৰ ৰাজৌৰী জিলাত অতি কমেও ৭ জন লোকৰ মৃত্যু হয়।জিলাখনত বিগত দুটা সপ্তাহত দুটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঢাংৰী গাঁৱৰ ভুক্তভোগী পৰিয়াল কেইটাৰ সদস্য সকলক সাক্ষাৎ কৰাৰ কথা…

লোকপিয়ল পিছুৱাৰ ৰহস্য

লোকপিয়ল পিছুৱাত চৰকাৰী ষড়যন্ত্ৰ !বাৰে বাৰে কিয় পিছুৱাই লোকপিয়ল?নোহোৱা নোপজা ঘটনা এটা হৈ আছে কিয় ?২০১৯ চনতেই কেন্দ্ৰীয় চৰকাৰে ২০২১ ৰ লোকপিয়লৰ বাবে সকলো যো -জা কৰিছিল।মুঠ ৮,৭৫৪.২৩কোটি লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নামত ধাৰ্য কৰা হৈছিল৷লোকপিয়লৰ সমগ্ৰ ডাটা সংগ্ৰহৰ বাবে ৩.৩…

পুনৰ টাৰ্গেট JNU ৰ ছাত্ৰী

চেলা ৰশ্বিদ শ্ব’ৰা নামৰ এগৰাকী মহিলাই ২০১৯ চনত দিয়া দুটা টুইটাৰ আপডেটৰ বাবে আইনী প্ৰক্ৰিয়া আগবঢ়োৱাৰ অনুমতি দিছে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই।২০১৯ চনৰ ৩ ছেপ্তেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাত এক গোচৰ ৰুজু হৈছিল।ভাৰতীয় দণ্ডবিধিৰ ১৫৩(ক) ধাৰাত চেলা ৰশ্বিদ শ্ব’ৰাৰ…