শ্ৰেণী ৰাষ্ট্ৰীয়

চুলিৰে কৌটিপতি এটা মন্দিৰ

আপুনি জানি আচৰিত হ’ব আপোনাৰ কটা চুলিৰ আছে এক বৃহৎ ব্যৱসায়।প্ৰতি কেজি চুলি বিক্ৰী হয় প্ৰায় ৩ হাজাৰ টকাত।তিৰুপতি মন্দিৰত মনোবাঞ্ছা পূৰণ হ’লে চুলি দান কৰাটো এক নিয়মৰ দৰে৷দেশৰ ভিতৰত তিৰুপতি মন্দিৰত ভক্তই সৰ্বাধিক চুলি দান কৰে।বিশ্বাস কৰা হয় এই…

আদানি OUT আম্বানি IN

LVMHৰ মুখ্য কাৰ্যবাহী বাৰ্নাড অৰনল্ট বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি।আদানিৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ৮৩.৯ বিলিয়ন । আনহাতে,হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ বিপৰ্যয়ৰ পাছত আদানিৰ সম্পত্তি হ্ৰাস হৈ হৈছেগৈ ৮৪ .৩ বিলিয়ন।ব্লুমবাৰ্গ ৰিপৰ্ট অনুসৰি আদানি বিগত সপ্তাহত বিশ্বৰ চতুৰ্থগৰাকী ধনী ব্যক্তি আছিল।কিন্তু আজি সেই স্থান…

টুইটাৰত আৰম্ভ নতুন ট্ৰেণ্ড

টুইটাৰত আৰম্ভ হৈছে নতুন ট্ৰেণ্ড।বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তিৰ তালিকাত থকা গৌতম আদানিৰ সমৰ্থনত একাংশ ভাৰতীয়।হিণ্ডেনবাৰ্গ ৰিপৰ্টত আদানিয়ে শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে ব্যাপক ধনৰ লেনদেন কৰি অসৎ উপায়েৰে ধনী হোৱাৰ তথ্য প্ৰকাশ পাইছিল।এই ৰিপৰ্ট প্ৰকাশ হোৱাৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশত। বিশেষকৈ…

নাম সলনি হ’ব ‘ইডেন গাৰ্ডেন’ৰ?

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম সলনি কৰাৰ পিছত পুনৰ মোগলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰী।পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে কয় ‘ মোগলক পুলিয়ে পোখাই উভালি দলিয়াই পেলোৱা উচিত।’বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয়” মোগলে বহুত মন্দিৰ ধ্বংস…

বিৰোধীৰ ঐক্যত চেচাঁপানী

ভাৰত জোড়ো যাত্ৰাৰ  আজি অন্ত পৰিব। এই অন্তিম দিনৰ কাৰ্যসূচীত মুঠ ১২ টা বিৰোধী দলে অংশ ল’ব।উল্লেখ্য যে ‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মুঠ ২১টা দলক আমন্ত্ৰণ জনোৱা হৈছিল।ইয়াৰে বেছি সংখ্যক দলেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই…

মোডী-মালিয়াৰ বাটেই ল’ব আদানিয়ে !

হিন্দেনবাৰ্গ ৰিপৰ্টৰ পিছত দেশৰ অৰ্থনীতিত উঠিছে ভয়ংকৰ কঁপনি।বিশেষকৈ এলআইচিৰ ভবিষ্যতক লৈ সন্দিহান হৈছে দেশৰ অৰ্থনীতিবিদৰ লগতে শ্বেয়াৰ মাৰ্কেটৰ এক্সপাৰ্টসকল।বিগত দুটা দিন শ্বেয়াৰ মাৰ্কেট বন্ধ থকাৰ বাবে আদানীৰ কোম্পানীৰ শ্বেয়াৰ কিমানলৈ নামিব পাৰে তাৰ সঠিক ধাৰণা কৰিব পৰা নাই যদিও এলআইচিত…

অগ্নিকাণ্ডত মৃত্যু চিকিৎসক সহ ৰোগীৰ

ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।শুকুৰবাৰে নিশা পুৰণা বজাৰৰ হাজাৰা হস্পিটেলতৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।অগ্নিকাণ্ডটোত অতি কমেও ৬ জন লোকৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা ইতিমধ্যে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে।নিহত সকলৰ ভিতৰত এহাল চিকিৎসক দম্পতীও আছে।ডাক্তৰ বিকাশ হাজৰা…

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে সাম্ভাৱ্য যিকোনো পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব লাগে তাৰ বৰ্ণনা দিবলৈ গৈ…

টকাৰ খকেই প্ৰাণ ল’লে ১৩৫ জনৰ

বিগত অক্টোবৰ মাহত গুজৰাটৰ মৰ্বীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ১৩৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।শুকুৰবাৰে মৰ্বী সত্ৰ ন্যায়ালয়ত উপ আৰক্ষী অধীক্ষক পি এছ জালাই ১,২৬২ পৃষ্ঠাৰ শ্বাৰ্জশ্বীট দাখিল কৰে।শ্বাৰ্জশ্বীটত অ’ৰেভা গ্ৰুপৰ জয়সুখ পেটেলৰ নামো উল্লেখ আছে৷এই অ’ৰেভা গ্ৰুপেই ওলমা দলং…

অথলে যাব নেকি ‘ভাৰত জোড়ো’ ?

অহা সোমবাৰে শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰাৰ।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।এই ৰেলীৰ জৰিয়তে বিৰোধীৰ একতা প্ৰতিপন্ন কৰাৰ লগতে সাধাৰণ জনতাৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে জনাটোৱেই কংগ্ৰেছ…