শ্ৰেণী ৰাষ্ট্ৰীয়

মেঘালয়ত ১০০ প্ৰতিশ্ৰুতি মমতা বেনাৰ্জীৰ

বহু প্ৰতীক্ষিত মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনা মেঘালয়ত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী।উল্লেখ্য যে উত্তৰ পূবৰ ৰাজ্যবোৰৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলৰ শক্তি সবল৷মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত…

ভাৰত আগত,চীন পিছত !

ভাৰত হ’ব বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ৷ৱৰ্ল্ড পপুলেচন ৰিভিউৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা ১৪১.৭ কোটি আৰু চীনৰ জনসংখ্যা ১৪১.২কোটি।১৯৬০ চনৰ পিছত চীনৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে ইমান নিম্নগামী হৈছে৷চীনৰ ৰাষ্ট্ৰীয় জনসংখ্যা বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চীনতকৈ ভাৰতৰ জনসংখ্যা…

নিৰ্বাচনী ৰণশিঙা বাজিল উত্তৰ পূবত

আজি ঘোষণা হ’ল তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিন !৩ খন ৰাজ্যত ৬০ খনকৈ বিধানসভাৰ আসন আছে। তিনিখন ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি।প্ৰতিখন ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭৬ টা।ত্ৰিপুৰা ১৬ ফেব্ৰুৱাৰী,নাগালেণ্ড আৰু মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ফলাফল ঘোষণা…

বিজেপি সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ

বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে সহপাঠীক মাৰধৰৰ অভিযোগ।বিজেপিৰ মূৰব্বী বান্দী সঞ্জয় কুমাৰৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছি সহপাঠীক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ।তেলেংগানা বিজেপিৰ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ,ৰুজু হৈছে গোচৰ।উল্লেখ্য যে মহিন্দ্ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে গোচৰ তৰিছে বিজেপিৰ সভাপতিৰ পুত্ৰ ভগীৰথৰ…

মুছলমান প্ৰীতি মানেই নিৰ্বাচন !

লোকসভা নিৰ্বাচন সমাগত ।হিন্দু -মুছলমানক লৈ ধৰ্মীয় বিভেদ সৃষ্টি কৰি অহা বিজেপিৰ মুছলমানৰ প্ৰতি জাগ্ৰত হ’ল প্ৰেম।মুছলমানক অস্পৃশ্যৰ দৰে জ্ঞান কৰা বিজেপিৰ নিৰ্বাচন অহাৰ লগে লগে বৃদ্ধি হয় মুছলমান প্ৰীতি। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আনকি ভোটৰ…

২৩লাখ বিল নিদিয়াকৈ পলায়ন হোটেলৰ পৰা

দিল্লীৰ কাহিনী এয়া।হোটেল লীলা পেলেচত সংঘটিত হৈছে এই ঘটনা।নিজকে ইউনাইটেড আৰৱ এমেৰিটাছৰ ৰাজ পৰিয়ালৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়া এজন ব্যক্তিক বিচাৰি হাবাথুৰি খাইছে দিল্লী আৰক্ষী।ব্যক্তিজনে সৰ্বমুঠ ২৩ লাখ টকা বিল পৰিশোধ নকৰাকৈ পলায়ন কৰে এখন ফাইভ ষ্টাৰ হোটেলৰ পৰা।বিগত…

ডিঙি কাটিব ৰাহুল গান্ধীয়ে !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে চকুৰ কূটা দাঁতৰ শাল RSS. কোনো কাৰণতে RSSক সহ্য নকৰে কংগ্ৰেছ নেতা গৰাকীয়ে।বিশ্বৰ কোনো শক্তিয়ে ৰাহুল গান্ধীক RSSৰ নতশিৰ কৰিব নোৱাৰে।RSSৰ কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে তেওঁ নিজৰ ডিঙি আগতে কাটি ল’ব।তেওঁৰ সমন্ধীয় ভাতৃ তথা বিজেপি নেতা…

চে’ৰ কন্যা- নাতি চেন্নাইত

কিউবাৰ বিপ্লৱী সত্ত্বা চে গুৱেভেৰাৰ কন্যা দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে চেন্নাইত।চিপিআই (এম)ৰ ৰাজ্যিক পৰ্যায়ৰ এক কাৰ্যসূচীত অংশ ল’বলৈ এলেইদা গুৱেভাৰা চেন্নাইলৈ আহিছে।চেন্নাই বিমানবন্দৰত চিপিআইএমৰ ৰাজ্যিক সম্পাদক জি বালাকৃষ্ণণ আৰু দলৰ নেতা জি ৰামকৃষ্ণণে আদৰণি জনায়।এলেইদা গুৱেভাৰাই মঙলবাৰে থিৰুৱন্তপুৰমৰ পৰা আহি…

বিজেপিৰ লক্ষ্য উত্তৰ পূবৰ ৪ ৰাজ্য

যিকোনো প্ৰকাৰে ৯ খন ৰাজ্য লাগে বিজেপিক।২০২৩ ৰ বাবে কৰ্মপন্থা সাজু বিজেপিৰ।২০২৪ চনত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।একেলেথাৰিয়ে দুটা কাৰ্যকাল বিজেপিয়ে দেশৰ ক্ষমতা লাভ কৰাৰ পিছত তৃতীয়বাৰৰ বাবেও পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে দলটোৱে।তাৰবাবে দলটোৱে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।২০২৪…

সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাহুল গান্ধী !

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰা জানুৱাৰীৰ শেষৰ ফালে অৰ্থাৎ ৩০ জানুৱাৰীত অন্ত পৰিব কাশ্মীৰত।কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত ৰাহুল গান্ধীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্ভৱ হ’বলগীয়া সাম্ভাৱ্য পৰিস্থিতিক লৈ শংকিত নিৰাপত্তা সংস্থাসমূহ।ৰাহুল গান্ধীক এই সম্পৰ্কে সজাগ হৈ থাকিবলৈ আহ্বান…