ডিঙি কাটিব ৰাহুল গান্ধীয়ে !

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে চকুৰ কূটা দাঁতৰ শাল RSS. কোনো কাৰণতে RSSক সহ্য নকৰে কংগ্ৰেছ নেতা গৰাকীয়ে।বিশ্বৰ কোনো শক্তিয়ে ৰাহুল গান্ধীক RSSৰ নতশিৰ কৰিব নোৱাৰে।RSSৰ কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে তেওঁ নিজৰ ডিঙি আগতে কাটি ল’ব।তেওঁৰ সমন্ধীয় ভাতৃ তথা বিজেপি নেতা বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কত চলি থকা গুণাগথা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মঙলবাৰে RSS সন্দৰ্ভত নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰে ৰাহুল গান্ধীয়ে ।ৰাহুল গান্ধীয়ে কয় “বৰুণে হয়তো আজিও RSSৰ আদৰ্শক বিশ্বাস কৰে।মই কিন্তু কোনো কাৰণতে এই কথা গ্ৰহণ কৰিব নোৱাৰোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.