Browsing Category
দেশ
সম্পূৰ্ণ সহযোগিতা BBC ৰ
আয়কৰ বিভাগে মঙলবাৰে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলায়।মঙলবাৰে হঠাৎ তালাচী চলোৱাৰ আগতে কৰ্মচাৰী সকলক কাৰ্যালয়ত উপস্থিত নহ’বলৈ নিৰ্দেশ দিছিল সংস্থাটোৰ তৰফৰ পৰা।বিবিচি নিউজৰ তৰফৰ পৰা এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ' আয়কৰ…
প্ৰভাকৰণ মৃত !
উল্লেখযোগ্য শ্ৰীলংকাৰ LTTE নেতা প্ৰভাকৰণ জীৱিত অৱস্থাত থকা বুলি দাবী ৰাজহুৱা হৈছিল সোমবাৰে।এই দাবী কৰিছিল তামিলনাডুৰ এগৰাকী ৰাষ্ট্ৰীয়তাবাদী নেতা পাজহা নেডুমৰণে।নেডুৰমণৰ মতে LTTE নেতাগৰাকী সম্পূৰ্ণ সুস্থ আৰু সুস্বাস্থ্যৰে আছে।তেওঁ পৰিয়ালৰ…
আদানি-হিণ্ডেনবাৰ্গৰ পৰা বহু দূৰত বিজেপি
গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দিয়া এক সাক্ষাৎকাৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ আৰু আদানি গ্ৰুপ সম্পৰ্কত চলি থকা বিতৰ্ক সম্পৰ্কত বিজেপিৰ ক’বলগীয়া একোৱেই নাই বুলি মন্তব্য কৰে।অৱশ্যে বিষয়টো সম্পৰ্কত বৰ্তমান তেওঁ মন্তব্য দিবলৈ অপাৰগ কিয়নো ই বৰ্তমান…
ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?
বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ' বিজেপি…
VHP ত বঙহৰ যুঁজ
উত্তৰ প্ৰদেশত এজন বিশ্ব হিন্দু পৰিষদৰ নেতাক উদ্দেশ্যি গুলীবৰ্ষণ।উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।অভিযুক্ত ৰজত শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।বিগত ৮ ফেব্ৰুৱাৰীত শৰ্মাই RSS মূৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে এক প্ৰতিবাদী…
প্ৰভাকৰণ জীৱিত !
শেহতীয়াকৈ তামিল টাইগাৰ্চৰ মূৰব্বী ভেলুপিল্লাই প্ৰভাকৰণৰ নাম পুনৰ চৰ্চালৈ আহিছে।তামিল নেশ্যনেলিষ্ট ম’ভমেন্টৰ নেতা পি নেডুমৰণে সোমাবাৰে প্ৰভাকৰণ সম্পূৰ্ণ সুস্থ হৈ থকা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে প্ৰভাকৰণৰ…
কেন্দ্ৰৰ মতেই হ’ল সমষ্টি পুনৰ নিৰ্ধাৰণ
জম্মু-কাশ্মীৰত শীঘ্ৰেই সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব৷দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰিলে ইয়াৰ বিৰোধিতা কৰি দাখিল কৰা আৱেদন।সঞ্জয় কিষাণ কৌল আৰু এ এছ অ’কাৰ বিচাৰপীঠে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো সিন্ধান্ত ল’ব পৰা অৱস্থাত নাই।সংবিধানৰ…
ৰে’ল বিভাগৰ আজৱ কাণ্ড
চিনেমাৰ কাহিনীয়ে পালে বাস্তৱ ৰূপ ।হনুমান মন্দিৰটো নিৰ্মাণ কৰিছিল ৰে’লৰ ভূমিত।ৰে’ল বিভাগে অবৈধ ভূমি দখলৰ বাবে এই জাননী প্ৰেৰণ কৰিছে ভগৱান ভক্ত হনুমানক৷মধ্য প্ৰদেশৰ মৰেনা জিলাৰ চবলগড়ত সংঘটিত এই ঘটনা।সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰে’ল…