Investigative reporting with dedication.
কুকুৰপ্ৰেমীলৈ ভয়ংকৰ খবৰ !

আপোনাৰ সন্তানক অকলে পঠিয়াই নেকি?তেন্তে চাওক এই ভিডিঅ’!ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত।হায়দৰাবাদৰ অম্বৰপেট চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।প্ৰদীপ নামৰ ৫ বছৰীয়া শিশুটোক ৰাস্তাৰ কুকুৰে নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত মৃত্যু হয় শিশুটিৰ।শিশুটি তেওঁৰ পিতৃৰ লগত আহিছিল চৌহদলৈ।কিন্তু ভিডিঅ’টোত শিশুটিক অকলে দেখা…










