Investigative reporting with dedication.
প্ৰথমবাৰৰ বাবে বিৰোধী দলপতিৰ আসন উকা

বিগত ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধান বিৰোধী দল কংগ্ৰেছে।১৮২ খন আসন থকা বিধানসভাত মাত্ৰ ১৭ খন আসন লাভ কৰিলে কংগ্ৰেছ দলে।বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ অতি কমেও ১০% বিধায়ক থাকিব লাগে দলটোত।কিন্তু আশ্চৰ্যজনকভাৱে এসময়ত শাসনত…










