Browsing Category
জীৱনশৈলী
ভাৰতত জনছন এণ্ড জনছন ভেকচিনক অনুমতি : এটা ড’জেই যথেষ্ট
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমেৰিকাৰ কোম্পেনী জনছন এণ্ড জনছনক ভাৰতত কোভিড ভেকছিন প্ৰদানৰ অনুমতি প্ৰদান কৰিছে ৷ আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এক টুইটযোগে এই কথা সদৰী কৰি কয় যে ভাৰতত এতিয়া ক’ৰোণা প্ৰতিষেধকৰ অধিক বিকল্প…
অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হ’ল ?
ৰাজ্যসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰক সোধা হৈছিল যে দেশত অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হৈছে ? উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অক্সিজেনৰ অভাৱত দেশত কোনো লোকৰ মৃত্যু হোৱা নাই ৷ স্বাস্থ্য…
চৰকাৰে লুকুৱাইছে তথ্য : ভাৰতত ক’ৰোণাত ৪৯ লাখৰ মৃত্যু
কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত ভাৰতত চৰকাৰী পৰিসংখ্যাই কোৱাৰ দৰে ৪ লাখ নহয় , মৃত্যু হৈছে ৪৯ লাখ লোকৰ ৷ জুন মাহৰ শেষলৈ দেশখনত ক'ৰোণাত আক্ৰান্ত হৈ এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৱাশ্বিঙটনৰ আন্তৰ্জাতিক…
কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ?
কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ? ভেকচিন গ্ৰহণকাৰীসকলৰ বাবে ই এটা উত্তৰ বিহীন প্ৰশ্ন ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি ১০ গৰাকী চিকিৎসকে এক সমীক্ষা চলায় কলকাতাৰ পিয়াৰলেছ হাস্পতালত ৷ সমীক্ষাৰ ফলাফল অনুসৰি , দুয়োটা ভেকচিনৰে ফলাফল সমান ৷…
কোভিডক লৈ নতুন সমীক্ষাত কি তথ্য প্ৰকাশ পালে ?
ভাৰতত অধিক সংক্ৰামক হৈ পৰিছে কোভিডৰ ডেল্টা ভেৰিয়েন্ট ৷ দেশৰ কোভিড আক্ৰান্তসকলৰ ৮৯ শতাংশৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েন্টৰ উপস্থিতি ৷ পুণেস্থিত নেচনেল ইন্সটিটিউট অব ভাইৰ’লজীৰ শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিষ্ঠানটোৱে ৬৭৭ গৰাকী…
চিকিৎসাৰ সুবিধা নাই , স্বাস্থ্যবীমাও নাই : মৃত্যুমুখী মানুহৰ অসহায় চিৎকাৰ
বিশ্ববেংকৰ তথ্য অনুসৰি যিসমূহ দেশে স্বাস্থ্যখণ্ডত আটাইতকৈ কম ব্যয় কৰে তাৰ ভিতৰত অন্যতম হ’ল ভাৰত ৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ৩.৫৪ শতাংশহে স্বাস্থ্যখণ্ডত ব্যয় কৰা হয় ৷ইয়াৰ ভিতৰত চৰকাৰী খৰচ জিডিপিৰ মাত্ৰ ১.২৮ শতাংশ ৷
The CrossCurrent সবিশেষ : জিকা ভাইৰাছ কি , কেনেকৈ বিয়পে , প্ৰতিৰোধৰ উপায় কি ?
নিয়ৰ প্ৰভাত কলিতাৰ কলমত-
🔴 ক'ভিডৰ ভয়াবহতাৰ মাজতে দেশত জিকা ভাইৰাছৰ আতংক
দেশত ক'ভিডে কাল ৰূপ ধাৰণ কৰাৰ সময়তে কেৰেলাত চিনাক্ত হৈছে জিকা ভাইৰাছত আক্ৰান্ত ৰোগী। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ৰাজ্যখনৰ তিৰুৱন্তপুৰম জিলাত জিকা ভাইৰাছৰ…
ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?
জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷…
হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছুজা।
হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।ৰেম’ ডিছুজাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা কিছু!-->…
য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী
"অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। "
ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি "বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ" বুলি ভাবি…