Investigative reporting with dedication.

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।
ৰেম’ ডিছুজাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে।




