Investigative reporting with dedication.
দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকে ল’ব লাগিব ভেকচিনৰ তিনিটা পালিঃ বিশ্ব স্বাস্থ্য সংস্থা

ক’ভিড ভেকচিনৰ তৃতীয় পালি সম্পৰ্কত বিশেষ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই। বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন পৰ্যালোচকসকলে সোমবাৰে জনাইছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকসকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিনৰ পালি লোৱা উচিত। তৃতীয় বা অতিৰিক্ত ড’জটো যিকোনো বিধিবদ্ধ সংস্থাৰ…










