আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচন(NDHM)

Share This Article

🔴 আজি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ

🔴 ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি মিচনৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

🔴 আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে আৰম্ভ কৰা হব এই মিচন

🔴 এই মিচনৰ প্ৰধান উদ্দেশ্য হল দেশৰ প্ৰত্যেক জন নাগৰিকৰ বাবে Health ID তৈয়াৰ কৰা

🔴 সকলোৰে স্বাস্থ্য একাউণ্ট হিচাপে কাম কৰিব এই IDটোৱে

🔴 শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াও উপস্থিত থাকিব

🔴 প্ৰাৰম্ভিক পৰ্য্যায়ত কেৱল মাত্ৰ ৬ খন কেন্দ্ৰীয় শাসিত প্ৰদেশতহে এই মিচন কাৰ্যকৰী কৰা হব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.