Browsing Category
জীৱনশৈলী
সুখবৰঃ ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ তিনিখন বিশেষ গাঁৱে! কিন্তু কিয়?
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও। মেঘালয়ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism…
দেশত ত্ৰাস সৃষ্টি কৰা কি এই ভাইৰেল জ্বৰ? আক্ৰান্ত হ’ব পাৰে নেকি আপোনাৰ সন্তান?
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাইৰেল জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত
কেইদিনমানত উত্তৰ প্ৰদেশ-বিহাৰ আৰু মধ্য প্ৰদেশত ডেংগু আৰু ভাইৰেল জ্বৰৰ ঘটনা ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। চিন্তাৰ বিষয় এইটোৱেই ৰোগীসকলৰ ভিতৰত অধিক সংখ্যকেই হৈছে শিশু। উত্তৰ…
ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা
ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…
ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?
সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ'ল ইন্দোৰ।
ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ…
উত্তৰ প্ৰদেশত জ্বৰৰ আতংকঃ এসপ্তাহত ৪০ টা শিশুসহ ৬৮ জনৰ মৃত্যু
কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে ৰহস্যজনকভাৱে পশ্চিম উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত জ্বৰে আতংকৰ সৃষ্টি কৰিছে। বিগত এসপ্তাহত জ্বৰত ৬৮ জনকৈ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছে ৪০ টা শিশু। এই ৰহস্যজনক…
১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP
পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব…
অক্টোবৰৰ পৰা দেশৰ ১২-১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হ’ব ক’ভিড ভেকচিন
দেশত আসন্ন তৃতীয় ঢৌ।কিন্তু তাৰ মাজতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহিছে এটা সুখবৰ। অক্টোবৰৰ পৰা দেশৰ ১২ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হব ক'ভিড ভেকচিন। অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰিহে কাক প্ৰথমে অগ্ৰাধিকাৰৰ ভিত্তিত টিকাকৰণ…
ভাৰতত দুগুণলৈ বৃদ্ধি উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা
হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ যোৱা ৩০ বছৰত এই পৰিসংখ্যা ভাৰতত অতি উদ্বেগজনক হৈ পৰিছে ৷৩০ শতাংশ ভাৰতীয় নাগৰিক এতিয়া হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ ‘দ্য লানচেট’ জাৰ্ণালত এই তথ্য প্ৰকাশ…
সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন
দেশত ক'ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা…
ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু
ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক…