সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

সবিশেষ

মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।…

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে…

পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী

আজি পুৱা জন্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলায়। সেই অভিযানতেই পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। চলিত সপ্তাহত কাশ্মীৰত এয়া আছিল সন্ত্ৰাসবাদীৰ সৈতে হোৱা পঞ্চমটো সংঘৰ্ষ। ৫ টা সংঘৰ্ষত ৮ জনকৈ…

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক'ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ…

কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু…

গৰু কেনেকৈ ৰাজনৈতিক জন্তুত পৰিণত হ’ল ?

গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু ৷ প্ৰাথমিক বিদ্যালয়ত গৰু বিষয়ক ৰচনা এইদৰেই লিখিবলৈ শিকোৱা হয় ৷ কিন্তু এটা শিশুয়ে যেতিয়া প্ৰাথমিক বিদ্যালয় , বিদ্যালয়ৰ দেওনা পাৰ হৈ ভোট দিব পৰা হয়গৈ , তেতিয়ালৈ তেও ভালদৰেই বুজি উঠে যে গৰু এবিধ ৰাজনৈতিক জন্তু…

৪০ বছৰৰ ভিতৰত চীন কেনেকৈ ইমান ধনী দেশ হৈ পৰিল ?

১৪০ কৌটি জনসংখ্যাৰ পূৱ এছিয়াৰ সৰ্ববৃহৎ দেশ ৷পৃথিৱীৰ প্ৰথম সভ্যতাসমূহৰ ভিতৰত দেশখনৰ য়েল্ল’ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাও অন্যতম ৷বিংশ শতিকাৰ আৰম্ভণিতে দেশখন এক বৃহৎ গণ বিদ্ৰোহে জোকাৰি যায়  ৷ পৰৱৰ্তী সময়ত মাও জে দঙৰ নেতৃত্বত চাইনিজ কমিউনিষ্ট…

লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?

ক'ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে…

তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?

সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷…

আফগানিস্তান দখল কৰা কোন এই তালিবান ?

সেয়া আছিল ১৯৮০ৰ দশকৰ কথা। আফগান চৰকাৰৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আফগানিস্তানত উপস্থিত হৈছিল ছোভিয়েট সেনাৰ এটা বিশেষ দল। সেই সময়ছোৱাত কেইবাটাও মুজাহিদীন গোটে আফগানিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আছিল। এই মুজাহিদীন গোটবোৰক…